ETV Bharat / city

গুৱাহাটীত প্ৰতিবাদকাৰীৰ উগ্ৰমুৰ্তি: চৌপাশে জুই আৰু জুই

ক্ৰমাৎ অধিক ভয়ংকৰ হৈ পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত অংশ লোৱা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধাপ্ৰদান কৰাৰ পাছতে বৰ্তমান অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷ জনতা ভৱনৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ ৷

author img

By

Published : Dec 11, 2019, 7:19 PM IST

ETV BHARAT
ৰাজ্যজুৰি কেব বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক,11 ডিচেম্বৰ: ক্ৰমাৎ অধিক ভয়ংকৰ হৈ পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সমগ্ৰ ৰাজ্যতে জ্বলিছে প্ৰতিবাদৰ জুই ৷ স্বতস্ফূত ভাৱে ৰাজ পথলৈ উলাই আহিছে হাজাৰ-হাজাৰ সাধাৰণ জনতা ৷ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত অংশ লোৱা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধাপ্ৰদান কৰাৰ পাছতে বৰ্তমান অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷

গুৱাহাটী: আজি সন্ধিয়াৰে পৰা গুৱাহাটীৰ বিভিন্ন ঠাইত সৃষ্টি হৈছে অনিয়ন্ত্ৰিত পৰিস্থিতি ৷ দিছপুৰ, ছয়মাইল, বেলতলা আদি বিভিন্ন ঠাইত উগ্ৰমূৰ্তি ধাৰণ প্ৰতিবাদকাৰীৰ ৷ বিভিন্ন বাহনত অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষীলৈ শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ ৷ জনতা ভৱনৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ ৷ চৌপোশে কেৱল জুই আৰু জুই ৷ বৰ্তমান 144 ধাৰা জাৰি কৰা হৈছে কামৰূপ জিলাত ৷

গুৱাহাটীত প্ৰতিবাদকাৰীয়ে জ্বলালে বাছ

মঙলদৈ: আজি মঙলদৈৰ ১৫ নংৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যোতি দাসৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত আছুৰ ৷ লগতে সংসদত দিলীপ শইকীয়াই কেবৰ সপক্ষে মত পোষণ কৰাকলৈ তীব্ৰ বিৰোধিতা ছাত্ৰ সংগঠনটিৰ ৷ প্ৰতিবাদকাৰী সকলে প্ৰায় ৪৫ মিনিট ধৰি বন্ধ কৰি ৰাখে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

মঙলদৈত কেব বিৰোধী প্ৰতিবাদ

নগাঁও: আনহাতে কেবৰ বিৰোধীতাৰে নগাওঁ চহৰৰ মূল পথ অৱৰোধ কৰি প্ৰতিবাদ ছাত্ৰ ছাত্ৰীৰ ৷ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে নগাওঁ চহৰ ৷ উত্তেজিত ছাত্ৰই ফালিলে পথৰ কাষত থকা ৰূপক শৰ্মাৰ হৰ্ডিং ৷ উত্তেজিত ছাত্ৰ ছাত্ৰীক বুজনি দিবলৈ প্ৰশাসনে চেষ্টা কৰে যদিও সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ লগতে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক পথ মুকলি কৰি দিবলৈ অনুৰোধ প্ৰশাসনৰ ৷

নগাঁওত কেব বিৰোধী প্ৰতিবাদ

Intro:
# মঙলদৈত আছুৰ ব্যাপক প্ৰতিবাদ ।Body:

# মঙলদৈত আছুৰ ব্যাপক প্ৰতিবাদ ।
# ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আছুৱে কৰিলে প্ৰতিবাদ ।
# লগতে প্ৰতিমূৰ্তি দাহ কৰিলে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক গুৰুজ্যোতি দাস ৰ ।
# সংসদত দিলীপ শইকীয়াই CAB ৰ সপক্ষে মত পোষণ কৰাকলৈ তীব্ৰ বিৰোধিতা ছাত্ৰ সংগঠনটিৰ ।
# লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি উত্তাল কৰে ৰাজপথ ।
# ৪৫ মিনিট ধৰি বন্ধ কৰি ৰাখে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ।Conclusion:Debabrat goswami,Debabrat
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.