ETV Bharat / city

বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ আহ্বান 70 সংগঠনৰ

author img

By

Published : Mar 23, 2019, 12:19 AM IST

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক ভোটদান নকৰিবলৈ আহ্বান 70 টা সংগঠনৰ

অখিল গগৈৰ সংবাদমেল

গুৱাহাটী, 22 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনলৈমাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ৰাজ্যৰ 70 টা সংগঠনৰ আহ্বান বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰাৰ ৷ বিজেপি চৰকাৰেলোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিছিল যদিও বিৰোধী দলৰ তীব্ৰ বিৰোধিতাৰ ফলত বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম নহ'ল বুলি মত প্ৰকাশ কৰে অখিল গগৈয়ে ৷ লগতে বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি মত প্ৰকাশ কৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত 70 টা সংগঠনে এক আলোচনাত মিলিত হয় আৰু এই বৰ্ষৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক ভোটদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰাৰ আহ্বান ৭০টা সংগঠনৰ
শুকুৰবাৰে অখিল গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰাৰ লগতে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত থকা 20লাখ হিন্দু-বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ লগতে বাংলাদেশত থকা 1.70লাখ বাংলাদেশীক ভাৰতলৈ অহাৰ পথ মুকলি কৰি দিব বুলি মত প্ৰকাশ কৰে ৷ 70 টা সংগঠনৰ হৈ অখিল গগৈয়ে অসমবাসীক আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক ভোটদান নকৰিবলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত অসমবাসীয়ে বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰিবই লাগিবই বুলি মন্তব্য কৰে ৷

আগন্তক লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰাৰ আহ্বান ৭০টা সংগঠনৰ। অসমবাসী ৰাইজক ৭০টা সংগঠনৰ আহ্বান বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটত ভোটদান নকৰাৰ। 

লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি ৰাজ্যসভাত এই বিতৰ্কিত বিধেয়কখন উত্থাপন কৰি বিৰোধী দলৰ তীব্ৰ বিৰোধিতৰ ফলত বিধেয়কখন গৃহীত কৰাত বিফল হোৱাৰ পিছত পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি সিদ্ধান্তৰ বিৰোধিতা কৰি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্মলাভ কৰা ৭০টা সংগঠনে এক আলোচনাত মিলিত হৈ এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আলোচনাৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে যিহেতু বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত থকা ২০ লাখ হিন্দু বাংলাদেশীক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ লগতে বাংলাদেশত থকা ১.৭০ লাখ বাংলাদেশীক ভাৰতলৈ অহাৰ পথ মুকলি কৰি দিব গতিকে লোকসভা নিৰ্বাচনত অসমবাসীয়ে বিজেপি আৰু বিজেপিৰ মিত্ৰজোঁটক পৰাভূত কৰিব লাগিব। অসমবাসীক লোকসভা নিৰ্বাচনত পৰাভূত কৰিবলৈ ৭০টা সংগঠনৰ হৈ অখিল গগৈয়ে আহ্বান জনায়। অখিল গগৈয়ে বিজেপিৰ মিত্ৰজোঁটৰ লগতে বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দল এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল হিচাপে পৰাভূত কৰিবলৈ আহ্বান জনায়। 

বাইট : অখিল গগৈ

SLUG: 
A_GHY_803_22MARCH_7O_ORGANISATION_ON_BJP_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.