ETV Bharat / city

Man Elephant conflict in Guwahati : সাতগাঁৱত বন্যহস্তীৰ গছকত প্ৰাণ গ’ল এজনৰ

author img

By

Published : Feb 10, 2022, 8:49 PM IST

মহানগৰীত হাতী-মানুহৰ সংঘাত (Man elephant conflict in Guwahati ) ৷ পুনৰ প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে ৷

one-person-killed-by-wild-elephant-attack-in-guwahati
সাতগাওঁত বন্যহস্তীৰ গছকত এজন লোকৰ মৃত্যু

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ খাদ্যৰ সন্ধানত আমছিং অভায়ৰণ্যৰ পৰা সাতগাওঁ অঞ্চল জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে উপদ্ৰৱ চলাই ঘৰ- দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে হাতীৰ গছকত প্ৰাণ হেৰুৱাব লগা হৈছে বহু লোকে । বৃহস্পতিবাৰে মহানগৰীৰ সাতগাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন ব্যক্তিৰ (One person killed by wild elephant attack) ৷

ঘটনা অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগত মহানগৰীৰ সাতগাওঁ অঞ্চলত এটা বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ (Man Elephant conflict in Guwahati ) ৷ খাদ্যৰ সন্ধানত বৃহস্পতিবাৰে পুৱাৰভাগত সাতগাওঁ অঞ্চলত প্ৰৱেশ কৰিছিল এটা বনৰীয়া হাতীয়ে ৷ এই বনৰীয়া হাতীটো সাতগাঁৱৰ CDA complex ৰ ভিতৰত প্ৰৱেশ কৰি CDA ৰ এগৰাকী সুৰক্ষা কৰ্মীক আক্ৰমণ কৰে ৷

যাৰ ফলত বনৰীয়া হাতীটোৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় কৰ্মৰত অৱস্থাতে থকা কেশৱ দাস নামৰ সুৰক্ষা কৰ্মীজন । পৰৱৰ্তী সময়ত ঘটনাস্থলীত সাতগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছ লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : চৰকাৰৰ শপতনামা : ৬ ডি এন এল এ সদস্যৰে হোৱা এনকাউন্টাৰ আছিল ভুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.