ETV Bharat / city

COVID-১৯ ত আক্ৰান্ত অসম আৰক্ষীৰ জোৱান - One of the Assam Police personnel positive in COVID 19

মহানগৰ তথা ৰাজ্যত ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা । শেহতীয়াকৈ অসম আৰক্ষীৰ এজন জোৱানৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

One of the Assam Police personnel positive in COVID-19

author img

By

Published : Jun 12, 2020, 7:44 PM IST

গুৱাহাটী, 12 জুনঃ ৰাজ্য়ৰ লগতে মহানগৰী গুৱাহাটীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে COVID-১৯ আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ এগৰাকী অসম আৰক্ষীৰ জোৱানৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ কথা পোহৰলৈ আহিছে ।

COVID-১৯ ত আক্ৰান্ত অসম আৰক্ষীৰ জোৱান

মালিগাঁৱৰ নেতাজী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত আছিল অনিল চন্দ্ৰ ৰায় নামৰ আৰক্ষী জোৱানজন । অনিল চন্দ্ৰ ৰায়ৰ লগতে এই শিবিৰটোত আছিল 4 APBN ৰ 71 গৰাকী জোৱান । ইতিমধ্যেই শিবিৰটো কন্টেইনমেইন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ইফালে আটাইকেইগৰাকী জোৱানৰে বৰ্তমানে স্বাৱ পৰীক্ষা কৰিছে স্বাস্থ্য বিভাগে ।

অসমত বৰ্তমানলৈকে 3430 জন কৰ'ণা আক্ৰান্ত হোৱাৰ বিপৰীতে 6 জন লোকৰ মৃত্যু হৈছে । বৰ্তমানে ৰাজ্য়খনত সক্ৰিয় ঘটনা হৈছে 1989 । আনহাতে এতিয়ালৈ আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে 1432 জন লোকে ।

লগতে পঢ়কঃ ১৭ বছৰেই পাগলাদিয়া নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলংঃ ৰাইজৰ দুৰ্ভোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.