ETV Bharat / city

অবৈধ প্ৰেমৰ বাবে চুৰীৰে আঘাত এজনক

গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত শনিবাৰে হাৰম্ভ ভূঞা নামৰ এজন ব্যক্তিয়ে নিৰ্মল দাস নামৰ আন এজনক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে ৷

author img

By

Published : Jul 6, 2019, 10:49 PM IST

অবৈধ প্ৰেমৰ বাবে চুৰীৰে আঘাত এজনক

গুৱাহাটী,৬জুলাই : শনিবাৰে গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত সংঘটিত হয় ভয়ংকৰ ঘটনা । হাৰম্ভ ভূঞা নামৰ এজন ব্যক্তিয়ে নিৰ্মল দাস নামৰ আন এজনক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে । যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় নিৰ্মল দাস । সংকটজনক অৱস্থাত দাসক ভৰ্তি কৰা হয় জি এম চি এইচত ।

অবৈধ প্ৰেমৰ বাবে চুৰীৰে আঘাত এজনক

তথ্য অনুসৰি, হাৰম্ভ ভূঞাৰ পত্নীৰ লগত নিৰ্মলৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল । এই অবৈধ প্ৰেমৰ বাবেই হাৰম্ভ ভূঞাই আক্ৰমণ কৰে নিৰ্মল দাসক ।

Intro:মহানগৰীৰ ভেটপাৰাত চুৰিকাঘাটৰ ঘটনা ।Body:হাৰম্ভ ভূঞা নামৰ এজন ব্যক্তিয়ে নিৰ্মল দাস নামৰ এজনক চুৰিৰে উপৰ্য্যপুৰি আক্ৰমণ । গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক সংকটজনক অৱস্থাত জি এম চি এইছলৈ প্রেৰন। উল্লেখ্য যে শুকুৰবাৰে নিশা চুৰীৰে আক্ৰমণ কৰা হাৰম্ভ ভূঞাৰ পত্নী মীৰা কলিতাৰ সৈতে নিৰ্মলৰ অবৈধ প্ৰেমৰ পৰিণতিতে এই আক্ৰমণ কৰে। ইফালে হাৰম্ভ ভূঞাৰ দুটা সন্তান থকাৰ বিপৰীতে নিৰ্মল দাস তিনি সন্তানৰ পিতৃ।

Byte ACP

Conclusion:ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্য ৰ সৃষ্টি হৈছে হাটীগাঁও ভেটপাৰাত।
Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.