ETV Bharat / city

অন্ধকাৰ ভৱিষ্যতৰ দিশে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ জীৱন - NSUI and Congress press meet on Idol incident

মহানগৰীৰ ৰাজীৱ ভৱনত NSUI আৰু যুৱ কংগ্ৰেছৰ সংবাদমেল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ছাত্ৰ সংগঠনটোৱে ।

CONGRESS PRESS MEET ON IDOL INCIDENT
আইডলৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ
author img

By

Published : Dec 3, 2019, 11:16 PM IST

গুৱাহাটী, 3ডিচেম্বৰঃ মঙলবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত NSUI আৰু যুৱ কংগ্ৰেছৰ সংবাদমেল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত সংবাদমেল । বিশ্ববিদ্যালয়খনৰ ভয়ংকৰ জালিয়াতি উদঙাইছিল CAG য়ে । অনুমতি অবিহনে 21 টা বিষয়ৰ পাঠ্যক্ৰম খুলি 40 কোটি টকা শৰাধ কৰাৰ অভিযোগ পোহৰলৈ আহিছিল কেগৰ প্ৰতিবেদনত । কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে আইডলৰ ডিগ্ৰী প্ৰযোজ্য নহ'ব বুলি মন্তব্য কৰিছিল কেগে । UGC, DEC, AICTEয়ে আইডলক 8 টা বিষয়ৰ পাঠ্যক্ৰমৰহে অনুমতি দিছিল । সংবাদমেলত উপাচাৰ্য ড৹ কন্দৰ্প দাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাৰ । আনহাতে এই সমগ্ৰ বিষয়ৰ ওপৰত CBI তদন্ত কৰাৰো দাবী যুৱ কংগ্ৰেছ আৰু NSUI ৰ ।

হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ

আৰু পঢ়ক : বিজেপিৰ মন্ত্ৰীসকল বদনৰ বংশধৰ !!

Intro:মঙ্গলবাৰে মহানগৰীৰ ৰাজীৱ ভৱনত NSUI আৰু যুৱ কংগ্ৰেছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানৰ পাঠ্যক্ৰম সন্দৰ্ভ সংবাদমেল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভয়ংকৰ জালিয়াতি উদঙাইছিল CAG এ। কোনো অনুমতি অবিহনে ২১ টা বিষয়ৰ পাঠ্যক্ৰম খুলি ৪০ কোটি টকা শৰাধ কৰাৰ অভিযোগ। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে আইডলৰ ডিগ্ৰী প্ৰযোজ্য নহব।। Body:UGC,DEC,AICTEএ ৮ টা বিষয়ৰ হে অনুমতি দিছিল আইডলৰ। উপাচাৰ্য ড° কন্দৰ্প দাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাৰ । Conclusion:আনহাতে এই সমগ্ৰ বিষয়ৰ ওপৰত CBI তদন্ত কৰাৰ দাবী কংগ্ৰেছ আৰু NSUI ৰ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.