ETV Bharat / city

এইবাৰ প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ দাহ কৰিলে ৰাইজে

author img

By

Published : Oct 1, 2019, 11:24 PM IST

এনআৰচি চূড়ান্ত তালিকা পৰা বাদ পৰাৰ বাবে চতিয়া আৰু বকোত প্ৰতিবাদ ৷ প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ সাঙীত উঠাই চতিয়াত প্ৰতিবাদ কৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে ৷ লগতে বকোতো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

এনআৰচি চূড়ান্ত তালিকা পৰা বাদ পৰাৰ বাবে চতিয়া আৰু বকোত প্ৰতিবাদ

চতিয়া, বকো, ১ অক্টোবৰঃ এনআৰচি চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছৰে পৰা ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ এনআৰচিৰ পুণৰীক্ষণ প্ৰক্ৰিয়াত সম্পূৰ্ণ নথি-পত্ৰ দিয়াৰ পিছতো বিসংগতিপূৰ্ণ এখন চূড়ান্ত তালিকা প্ৰকাশ কৰা বুলি অভিযোগ তুলি প্ৰতীক হাজেলাৰ বিৰুদ্ধে মঙলবাৰে চতিয়াৰ ধলাইবিলত প্ৰতিবাদমুখৰ হৈ পৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ লগতে স্থানীয় জনসাধাৰণ ৷

প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ সাঙীত উঠাই প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী ৰাইজে হাজেলাৰ প্ৰতীকি শৱদেহ দাহ কৰি সদগতি কামনা কৰে ৷ ইয়াৰ পাচতে ধলাইবিল আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ অঞ্চলটোৰ ধলাইবিল আৰু ন-বিল গাঁৱৰ লোকসকলৰ একেখন লিগেচি ডাটা তালিকা ব্যৱহাৰ কৰাৰ পিছতো সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰিছে ৷

ইপিনে বকোতো এনআৰচিৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি গোৰ্খা সম্প্ৰদায়ৰ । গোৰ্খা লোকসকলৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Intro:চতিয়া, ১ অক্টোবৰ- বিসংগতিপূৰ্ণ এনআৰচি চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যৰ চৌদিশে অব্যাহত আছে বিভিন্ন দল সংগঠণৰ প্ৰতিবাদ৷এনআৰচিৰ পুণৰীক্ষণ প্ৰক্ৰিয়াত সম্পূৰ্ণ নথি পত্ৰ দিয়াৰ পিছতো ষড়যন্ত্ৰমুলকভাৱে নাম কৰ্তন কৰি বিসংগতিপূৰ্ণ এখন চূড়ান্ত তালিকা প্ৰকাশ কৰা প্ৰতীক হাজেলাৰ বিৰুদ্ধে মঙ্গলবাৰে চতিয়া সমষ্টিৰ ধলাইবিলত প্ৰতিবাদমুখৰ হৈ পৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ লগতে ৰাইজ৷Body:প্ৰতীক হাজেলাৰ প্ৰতীকি শৱদেহ সাঙীত উঠাই কান্ধত লৈ এইদৰেই লোকসকলে প্ৰতীক হাজেলা মূৰ্দাবাদ,প্ৰতীক হাজেলা হায় হায়,অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে ক্ষোভিত ৰাইজে হাজেলাৰ প্ৰতীকি শৱদেহ দাহ কৰি সদগতি কামনা কৰে৷ধলাইবিল আঞ্চলিক বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্য্যসুচীৰ পিছতেই ধলাইবিল হৰিমন্দিৰ প্ৰাঙ্গনত অঞ্চলটোৰ প্ৰায় ২৪০ গৰাকী বৈধ নাগৰিকৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাক লৈ এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়৷
Conclusion:উল্লেখ্য যে অঞ্চলটোৰ ধলাইবিল আৰু ন-বিল গাঁৱৰ লোকসকলৰ পৰিয়ালৰ কোনোৰ যদি সতি সন্ততিৰ নাম আহিছে আন কোনোৰ আকৌ পিতৃ মাতৃৰ নাম বাদ পৰিছে৷একেখন লিগেচি ব্যৱহাৰ কৰাৰ পিছতো একেটা পৰিয়ালৰে কোনোৰ নাম অন্তৰ্ভুক্ত আৰু আন কোনোৰ নাম কৰ্তন কৰাৰ বিষয়ক লৈ অনুষ্ঠিত কৰা এই প্ৰতিবাদী কাৰ্য্যসুচীত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ শোণিতপুৰ জিলাৰ সভাপতি সম্পাদকো উপস্থিত আছিল৷
Byte- 1,2

Pransankar bhuyan
Sootea
Etv bharat (Assam)
1/10/2019
01.10.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.