ETV Bharat / city

এন আৰ চিত নাই কোনো ৰোহিঙ্গিয়া মুছলমানৰ নামঃ প্ৰতীক হাজেলা - Media reports

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত ৰোহিঙ্গিয়াৰ নামত অন্তৰ্ভূক্তি হোৱা বিষয়টো নসাৎ কৰিছে মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ৷ এই বিষয়ে সংবাদ প্ৰকাশ পোৱাটো গুৰুত্বহীন আৰু ইয়াৰ কোনো ভিত্তি নাই ৷

এন আৰ চি নাই কোনো ৰোহিঙ্গিয়া মুছলমানৰ নামঃ মুখ্য সমন্বয়ক
author img

By

Published : Jul 23, 2019, 3:39 PM IST

গুৱাহাটী, 23 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ৰোহিঙ্গিয়া মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি প্ৰকাশ পোৱা সংবাদ পোনচাটেই নাকচ কৰিছে মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ৷ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰি ভিত্তিহীন আৰু মিছা বুলি কয় প্ৰতীক হাজেলাই ৷

EtvBharatAssam
প্ৰতীকাত্মক ছবি

দেওবাৰে আৰু সোমবাৰে আলম হুছেইন মজুমদাৰ নামৰ এগৰাকী ব্যক্তিৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্তি হোৱা বুলি প্ৰকাশ পাইছিল একাংশ সংবাদ মাধ্যমত ৷ কিন্তু কাচাৰ জিলাত গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন সন্দেহজনক ৰোহিঙ্গিয়া আৰু জন্মৰ প্ৰমাণ-পত্ৰত আসোৱাহ থকাৰ বাবেই ব্যক্তিজনক সীমান্ত আৰক্ষীয়ে আটক কৰিছিল ৷ হাজেলাই এই কথা প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰে যে, নাগৰিকপঞ্জী কৰ্তৃপক্ষৰ পৰা যথোচিত অনুমতি অবিহনেই এনেকুৱা বাতৰি পৰিৱেশন কৰি আহিছে একাংশ সংবাদ মাধ্যমে ৷

ZCZC
PRI GEN NAT
.GUWAHATI CAL1
AS-NRC-ROHINGYA
NRC Assam coordinator dismisses reports of Rohingya migrant's inclusion in draft list
(Eds: Recasting overnight story)
         Guwahati, Jul 23 (PTI) Assam coordinator of National Register of Citizens, Prateek Hajela, has termed media reports of inclusion of a Rohingya migrant in the draft NRC as 'false' and 'baseless'.
         Reports on inclusion of a Rohingya migrant in the draft NRC were published in some dailies on Sunday and Monday.
         In a press communique on Monday, Hajela said, "The media reports have referred to one person named Alam Hussain Mazumdar who was arrested in Cachar recently on various charges and has been mentioned as an illegal Rohingya migrant."
         "In this connection, it is clarified that this news is absolutely false as the said Alam Hussain Mazumdar was not included in draft NRC on account of being found ineligible in family tree verification and for submitting a forged birth certificate," he said.
         This clarification is being issued as irresponsible false reporting has the potential of casting aspersions on the purity of the NRC, Hajela said.
         He said the media reports appeared to have been published without verification from the NRC authorities.
         Alleging wrongful inclusions and exclusions in the NRC, the Centre and the Assam government had on July 19 sought from the Supreme Court extension of the July 31 deadline for publication of the final draft.
         A bench comprising Chief Justice Ranjan Gogoi and Justice R F Nariman took note of the submission of Solicitor General Tushar Mehta, appearing for the Centre and the state government, that they be allowed to undertake verification of 20 per cent random samples of citizens due to wrongful inclusions or exclusions in the NRC.
         The court fixed the applications of both the governments for deliberation on July 23 on the issue of proposed sample survey. PTI ESB IND ACD MM
DIV
DIV
07231225
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.