ETV Bharat / city

খানাপাৰা জনসভাত অংশগ্ৰহণ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অতুল বৰা

খানাপাৰাত অনুস্থিত হোৱা নিৰ্বাচনী জনসভাত উপস্থিত হয় ৰঞ্জিত দাস আৰু অতুল বৰা, সভাত কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফক কটাক্ষ দুই নেতাৰ ৷ ইতিমধ্যেই এই নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে গহপুৰ আৰু মৰাণলৈ উৰা মাৰিছে বিজেপিৰ লগতে বিজেপি মিত্ৰজোঁটৰ একাংশ নেতা ।

author img

By

Published : Mar 30, 2019, 1:44 PM IST

খানাপাৰত নিৰ্বাচনী প্ৰচাৰ

গহপুৰ,৩০ মাৰ্চঃৰাজ্যত আগন্তুক নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি । প্ৰতিটো ৰাজনৈতিক দল, নেতা তথা সংগঠনে ইখনৰ পাচত সিখন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাৰে ভোটাৰৰ মন জয় কৰাত ব্যস্ত থকাৰ সময়তে শনিবাৰে খানাপাৰাৰ এখন জনসভাত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অতুল বৰা । সভাত উপস্থিত হৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কটাক্ষ কৰিৰঞ্জিত দাসে কয় যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি আছে । এই বুজাবুজিয়ে ৰাজ্যবাসীক চিন্তিত কৰি তুলিছে । আকৌ, এই গোপন বুজাবুজিৰ বাবে এ আই ইউ ডি এফে ধুবৰীত আৰু বৰপেটাত দুৰ্বল প্ৰাৰ্থী দিছে।

খানাপাৰত নিৰ্বাচনী সভা

উল্লেখযোগ্য যে শনিবাৰে গহপুৰ আৰু মৰাণত অনুষ্ঠিতহ'ব এখন হাই-প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ সভা । এই সভাত উপস্থিত থাকিবঅৰুণাচলৰ প্ৰধানমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু অসমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰী দুগৰাকীৰ আগমণেউৎফুল্লিত কৰিছে বিজেপিৰ লগতে বিজেপিৰ মিত্ৰজোঁট দল । গহপুৰত পল্লৱ লোচন দাস আৰু মৰাণত তপন গগৈ আৰু ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলাবলৈ আহিছেপ্ৰধানমন্ত্ৰী । অসমৰ পূৰ্বে অৰুণাচলত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী । ইতিমধ্যেই এই নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে গহপুৰ আৰু মৰাণলৈ উৰা মাৰিছে বিজেপিৰ লগতে বিজেপিমিত্ৰজোঁটৰ নেতা । এই সভাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অতুল বৰাই খানাপাৰাত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি গহপুৰ আৰু মৰাণৰ সভাত অংশগ্ৰহণ কৰেৰঞ্জিত দাস আৰু অতুল বৰাই ।

Intro:গহপুৰলৈ উৰা মৰাৰ পূৰ্বে খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মন্তব্য অৰুণাচল আৰু অসমৰ পৰা প্ৰধান মন্ত্ৰী নিৰ্বাচনী সভা অনুষ্ঠিত কৰি উত্তৰ পূৰ্বৰ নিৰ্বাচনী ৰণ ডংকা বজাব। প্ৰধান মন্ত্ৰী আজি গহপুৰ আৰু মৰাণত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।
কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি আছে যাৰ বাবে এ আই ইউ ডি এফয়ে ধুবৰীত আৰু বৰপেটাত দুৰ্বল প্ৰাৰ্থী দিছে।

Byte ৰঞ্জীত দাস

Body:মৰাণলৈ উৰা মৰাৰ পূৰ্বে খানাপাৰাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা মন্তব্য কংগ্ৰেছ আৰু এ এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি বহু আগৰে পৰা আছে।কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি ৰাজ্যৰ বাবে অশনি সংকেট অসমৰ জনতা যাৰ লোক সভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ এ আই ইউ ডি এফ দলক প্ৰত্যুত্তৰ দিব।

Byte অতুল বৰা

Asrar Ansari
গুৱাহাটী

Conclusion:আজি বতৰ বেয়া হোৱাৰ বাবে ৰঞ্জিত দাস আৰু অতুল বৰা হেলেকেপ্টেৰে উৰা মাৰিব পৰা নাই । বতৰ অনকুল হোৱাৰ পিছত ৰঞ্জিত দাস গহপুৰলৈ আৰু অতুল বৰা মৰাণলৈ উৰা মাৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.