ETV Bharat / city

মহানগৰীত জুৰাচিক পাৰ্কৰ আৰ্হিত কালিপূজাৰ মণ্ডপ - গুৱাহাটীত জুৰাচিক পাৰ্কৰ আৰ্হিত কালিপূজাৰ মণ্ডপ

প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনাই জুৰাচিক পাৰ্কৰ আৰ্হিত কালিপূজাৰ মণ্ডপ নিৰ্মাণ কৰিলে কালাপাহাৰৰ আমাদেৰ সংঘই। দুদিনীয়াকৈ অনুষ্ঠিত কৰা কালিপূজাৰ মাণ্ডপটোৱে আকৰ্ষণ কৰিছে ৰাইজৰ দৃষ্টি।

jurassic park model puja mandap in guwahati
author img

By

Published : Oct 28, 2019, 8:34 PM IST

গুৱাহাটী, 28 অক্টোবৰ: সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দেৱালীৰ লগতে কালিপূজাৰ উখল-মাখল পৰিৱেশ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত কালিপূজা উপলক্ষে পূজা কমিটিসমূহে নিৰ্মাণ কৰিছে বিভিন্ন থিমৰ ওপৰত মণ্ডপ । কোনোবাই নিৰ্মাণ কৰিছে ডিজনীলেণ্ড পেৰিছৰ আৰ্হিত পূজা মণ্ডপ, কোনোবাই আকৌ মণ্ডপ নিৰ্মাণ কৰিছে সম্পূৰ্ণ বাঁহ-বেতেৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ পিছৰে পৰা কি দুৰ্গা পূজা, কি কালি পূজা সকলোতে এতিয়া পূজা কমিটিসমূহে মণ্ডপ নিৰ্মাণ ক্ষেত্ৰত বাঁহ-বেতৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ৰাইজক পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে । মহানগৰীৰ কালাপাহাৰৰ আমাদেৰ সংঘই প্ৰধানমন্ত্ৰীৰ প্লাষ্টিক বৰ্জনৰ আহ্বানক সঁহাৰি জনাই সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে পূজা মণ্ডপ । ষ্টেভেন স্পীলবাৰ্গৰ নিৰ্দেশনাত ১৯৯৩ চনত নিৰ্মিত হোৱা হলিউদৰ বিখ্যাত ছবি জুৰাচিক পাৰ্কৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি আমাদেৰ সংঘই ৰাইজক আহ্বান জনাইছে পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ । মানৱ সমাজে নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে যি হাৰত গছ-গছনি কাটি নিঃশেষ কৰি আছে এই হাৰত যদি গছ-গছনি নিঃশেষ কৰি থাকে তেন্তে ভৱিষ্যতে ডাইনছৰৰ নিচিনা পৃথিৱীৰ বুকুৰ পৰা নিঃশেষ হৈ যাব প্ৰকৃতিৰ বহু মূল্যবান সম্পদ । প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ মাধ্যমেৰে এই মূল্যবান সম্পদ ৰক্ষা কৰিবলৈ ৰাইজক আহ্বান জনাইছে পূজা কমিটিয়ে । মাত্ৰ ২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই জুৰাচিক পাৰ্কৰ আৰ্হিৰ কালিপূজা মণ্ডপটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী আঠ নম্বৰৰ সন্তান, হিমন্ত চাৰি নম্বৰৰ: আজমল

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই পূজাত পূজা কমিটিয়ে সোমবাৰে দ্বিতীয় দিনৰ অনুষ্ঠানত শিশু সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । নিশাৰ ভাগত স্থানীয় শিশু সকলে বিভিন্ন সংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব বুলি জানিব পৰা গৈছে ।

কালাপাহাৰৰ আমাদেৰ সংঘৰ ব্যতিক্ৰমী আয়োজন

Intro:প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনাই জুৰাচিক পাৰ্কৰ আৰ্হিত কালি পূজাৰ মাণ্ডপ নিৰ্মান কৰিলে কালাপাহাৰৰ আমাদেৰ সংঘই। দুদিনীয়াকৈ অনুষ্ঠিত কৰা কালি পূজাৰ মাণ্ডপটোৱে আকৰ্ষণ কৰিছে ৰাইজৰ দৃষ্টি।

Body:সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দেৱালীৰ লগতে কালি পূজাৰ উখল-মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে মহানগৰী গুৱাহাটীত কালি পূজা উপলক্ষে পূজা কমিটি সমূহে নিৰ্মাণ কৰিছে বিভিন্ন থিমৰ ওপৰত মাণ্ডপ। কোনোবাই নিৰ্মাণ কৰিছে ডিজনিলেণ্ড পেৰিছৰ আৰ্হিত পূজা মাণ্ডপ, কোনোবাই আকৌ মাণ্ডপ নিৰ্মাণ কৰিছে সম্পূৰ্ণ বাঁহ-বাটেৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ পিছৰে পৰা কি দুৰ্গা পূজা, কি কালি পূজা সকলোতে এতিয়া পূজা কমিটি সমূহে মাণ্ডপ নিৰ্মাণ ক্ষেত্ৰত বাঁহ-বেতৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ৰাইজক পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। মহানগৰীৰ কালাপাহাৰৰ আমাদেৰ সংঘই প্ৰধানমন্ত্ৰীৰ প্লাষ্টিক বৰ্জনৰ আহ্বানক সঁহাৰি জনাই সম্পূৰ্ণ বাঁহেৰে নিৰ্মাণ কৰিছে পূজা মাণ্ডপ। ষ্টেভেন স্পীলবাৰ্গৰ নিৰ্দেশনাত ১৯৯৩ চনত নিৰ্মিত হোৱা হলিউদৰ বিখ্যাত ছবি জুৰাচিক পাৰ্কৰ আৰ্হিত পূজা মাণ্ডপ নিৰ্মাণ কৰি আমাদেৰ সংঘই ৰাইজক আহ্বান জনাইছে পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ আহ্বান। মানৱ সমাজে নিজৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে যি হাৰত গছ-গছনি কাটি নিঃশেষ কৰি আছে এই হাৰত যদি গছ-গছনি নিঃশেষ কৰি থাকে তেন্তে ভৱিষ্যতে ডাইনাছৰৰ নিচিনা পৃথিৱীৰ বুকুৰ পৰা নিঃশেষ হৈ যাব প্ৰকৃতিৰ বহু মূল্যবান সম্পদ। প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ মাধ্যমেৰে এই মূল্যবান সম্পদ ৰক্ষা কৰিবলৈ ৰাইজক আহ্বান জনাইছে পূজা কমিটিয়ে। মাত্ৰ ২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা এই জুৰাচিক পাৰ্কৰ আৰ্হিত কালি পূজা মাণ্ডপটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।

বাইট : পূজা কমিটিৰ সদস্য

Conclusion:দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই পূজাত পূজা কমিটিয়ে আজি দ্বিতীয় দিনৰ অনুষ্ঠানত শিশু সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে শিশু সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। নিশাৰ ভাগত বিভিন্ন সংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব স্থানীয় শিশু সকল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.