ETV Bharat / city

তৰালী শৰ্মাৰ নতুন গীত - আমেৰিকা

তৰালী শৰ্মাৰ কণ্ঠত নতুন গীত ৷ গীতটোত অভিনয় কৰিছে আমেৰিকা নিবাসী বনময়ূৰী কলিতা আৰু তেওঁৰ কন্যা অনন্য কলিতাই ।

গুৱাহাটী প্ৰেছক্লাবত মুকলি তৰালী শৰ্মাৰ এটি গীত
author img

By

Published : Jun 2, 2019, 8:54 PM IST

গুৱাহাটী,২জুন : দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত তৰালী শৰ্মাৰ এটি গীত মুকলি কৰা হয় । গীতটোত অভিনয় কৰিছে বনময়ূৰী কলিতা আৰু তেওঁৰ কন্যা অনন্য কলিতাই ।

গুৱাহাটী প্ৰেছক্লাবত মুকলি তৰালী শৰ্মাৰ এটি গীত

বনময়ূৰী কলিতা কৰ্মসূত্ৰে দেশৰ বাহিৰত থাকে যদিও আপোন কলা-সংস্কৃতিৰ প্ৰতি থকা তাড়নাৰ বাবেই অব্যাহত ৰাখিছে সংস্কৃিতৰ চৰ্চা । বনময়ূৰীয়ে আমেৰিকাৰ কলৰাডোত নাট্যসংগম ডান্স একাডেমী স্থাপন কৰি সত্ৰীয়া আৰু ভাৰতনাট্যমৰো প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ গীতৰ ভিডিঅ'টোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব নোৱৰা বনময়ূৰী কলিতাই বিদেশৰ পৰাই মনৰ অনুভৱ ব্যক্ত কৰে ৷

Intro: অসমৰ জীয়ৰী বনমায়ুৰী কলিতা । কৰ্মসূত্ৰে অসমৰ বাহিৰত থকা বনময়ুৰী কলিতাই বৰ্তমানেও অসমৰ বাৰে ৰহনীয়া সংস্কৃতিৰ কথা পাহৰা নাই। ভাৰতনাট্যম আৰু সত্ৰীয়াৰ মিশ্ৰণেৰে বনময়ুৰী কলিতা আৰু তেখেতৰ জীয়ৰী অনন্য কলিতাই এটি নৃত্য প্ৰস্তুত কৰি উলিয়াইছে। চৰাই চাপৰি ষ্টুডিঅৰ সহযোগত তৰালী শৰ্মাৰ গীতৰ পৰিচালনাৰ এটি সুন্দৰ গীতত নৃত্য কৰিলে মাতৃ কন্যাই একেলগে ।

Body:বিদেশত থাকিলেও বনময়ুৰী কলিতাই সত্ৰীয়া আৰু ভাৰত নাট্যম চৰ্চা কৰিবলৈ এৰি দিয়া নাই। আমেৰিকাৰ কলৰাডো ত নাট্যসংগম ডান্স একাডেমী স্থাপন কৰিছে বনময়ুৰী কলিতাই। বৰ্তমানেও সংস্কৃতিৰ শিপা ডাল পাহিৰিব নোৱাৰা বনময়ুৰী কলিতাই দুই নৃত্যৰ সংগমৰ এই সৃষ্টিৰ বাবে গুৱাহাটী লৈ আহি দৃশ্যগ্ৰহন কৰিছিল। গুৱাহাটীৰ প্ৰেছক্লাবত আজি ভিডিঅ টোৰ উন্মোচনত উপস্থিত থাকিব নোৱাৰিলেও বিদেশৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে বনময়ুৰী য়ে।
Bite-তৰালী শৰ্মা , ঝুলন( চৰাই চাপৰি)

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.