ETV Bharat / city

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল ট্ৰেইলাৰ

37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল জে চি বি কঢ়িওৱা এখন ট্ৰেইলাৰ

author img

By

Published : Apr 13, 2019, 12:01 PM IST

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ট্ৰেইলাৰ

গুৱাহাটী, ১৩ এপ্ৰিল : শুকুৰবাৰে নিশা গুৱাহাটীত সংঘটিত হয় এক পথ দুৰ্ঘটনা । 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে NL 02 D 4751 নম্বৰৰ এখন জে চি বি কঢ়িওৱা ট্ৰেইলাৰ । তথ্য অনুসৰি আই.এচ.বি.টি.ৰ পৰা বৰাগাঁও অভিমুখে আহি থকা অৱস্থাতে এখন কনটেনাৰে খুন্দিয়াই থৈ যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰাই ঘাইপথত বাগৰি পৰে ট্ৰেইলাৰখন । দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিশা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় যদিও ঘটনাস্থলীত গড়চুক যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

Slug: A_GHY_13APR_801_NIGHT ACCIDENT_HIRUL HAQUE

নিশা মহানগৰীৰ গড়চুকত এক পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭নং ৰাষ্ট্রীয় ঘাইপথত বাগৰি পৰিল JCB কঢ়িয়াই অনা NL 02 D 4751 নম্বৰৰ এখন ট্ৰেইলাৰ। জানিব পৰা মতে ISBTৰ পৰা বৰাগাঁও অভিমুখে ট্ৰেইলাৰখন আহি থকা অৱস্থাত এখন কংটেনাৰে খুন্দিয়াই থৈ যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰাই বাগৰি পৰে ট্ৰেইলাৰখন। দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত। পিছত ঘটনাস্থলীত গড়চুক যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.