ETV Bharat / city

CBI য়ে গ্ৰেপ্তাৰ কৰিলে হিতেশ্বৰ শইকীয়াৰ পুত্ৰক - আশোক শইকীয়া

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ ঋণ কেলেংকাৰীৰ গোচৰত CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷

CBI
CBI
author img

By

Published : Nov 7, 2021, 8:45 PM IST

গুৱাহাটী, 7 নবেম্বৰ : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কণিষ্ঠ পুত্ৰ আশোক শইকীয়াক গ্ৰেপ্তাৰ ৷ CBI য়ে গ্ৰেপ্তাৰ কৰে আশোক শইকীয়াক ৷ এটা পুৰণি গোচৰৰ ভিত্তিত দেওবাৰে বিয়লি CBI য়ে তালাচী চলাই গুৱাহাটীৰ সৰুমটৰীয়াস্থিত অশোক শইকীয়াৰ বাসগৃহত ৷

এছকাৰ্ড বেংকৰ এটা ঋণ কেলেংকাৰীৰ গোচৰ আছিল শইকীয়াৰ বিৰুদ্ধে ৷ 202/98 নম্বৰত এই সম্পৰ্কত পল্টন বজাৰ থানাত ৰুজু হৈছিল এটি গোচৰ । 2001 ত CBI লৈ হস্তান্তৰ হৈছিল এই গোচৰ । CBI ৰ কলিকাতা শাখাত 5/E/2001 আৰু 6/E/2001 নম্বৰত গোচৰ ৰুজু হৈছিল । অৱশেষত CID য়ে গ্ৰেপ্তাৰ কৰিলে ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰক ৷

লগতে পঢ়ক : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ বাসগৃহত হঠাৎ CBI ৰ তালাচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.