ETV Bharat / city

মালিগাঁৱত কঠোৰ লকডাউন বিচাৰি চৰকাৰলৈ আহ্বান ৰাইজৰ

জালুকবাৰী আৰক্ষীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন । শেহতীয়াকৈ মালিগাঁৱত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা হেতুকে অঞ্চলটোত সম্পূৰ্ণ লকডাউনৰ দাবী উত্থাপন কৰে ৰাইজে । পাণ্ডু-মালিগাঁৱত কঠোৰ লকডাউন বিচাৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰেৰণ ব্যৱস্থা কৰিছে মালিগাঁৱৰ সচেতন নাগৰিকসকলে ।

author img

By

Published : Jun 22, 2020, 6:14 PM IST

গুৱাহাটী, 22 জুন : মহানগৰীৰ বিভিন্ন স্থানৰ লগতে পাণ্ডু-মালিগাঁৱত ভয়াৱহ সংক্ৰমণ হৈছে কৰ'ণাৰ । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে জিলা প্ৰশাসন তথা অঞ্চলটোৰ সচেতন ৰাইজ । সোমবাৰে এই সন্দৰ্ভত মহানগৰীৰ বৰিপাৰাত অনুষ্ঠিত হয় নাগৰিক সমাজৰ এখন গুৰুত্বপূৰ্ণ সভা ।

মালিগাঁৱত কঠোৰ লকডাউন বিচাৰি চৰকাৰলৈ আহ্বান ৰাইজৰ

জালুকবাৰী আৰক্ষীৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন । শেহতীয়াকৈ মালিগাঁৱত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা হেতুকে অঞ্চলটোত সম্পূৰ্ণ লকডাউনৰ দাবী উত্থাপন কৰে ৰাইজে । পাণ্ডু-মালিগাঁৱত কঠোৰ লকডাউন বিচাৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰেৰণ ব্যৱস্থা কৰিছে মালিগাঁৱৰ সচেতন নাগৰিকসকলে ।

মালিগাঁৱত কঠোৰ লকডাউন বিচাৰি চৰকাৰলৈ আহ্বান ৰাইজৰ

জানিব পৰা মতে অঞ্চলটোৰ প্ৰায় 25 জনকৈ লোক কৰ'ণা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এগৰাকী মহিলাৰ । বৰ্তমান মালিগাঁৱত কুৰিতকৈ অধিক এলেকা কন্টেইনমেন্ট জ'নত পৰিণত হৈছে । কিন্তু ইয়াৰ বিপৰীতে বহু লোক সচেতন হোৱা নাই । যাৰ বাবে কঠোৰ লকডাউনৰ বাবে এইসকল সচেতন ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়কঃ মালিগাঁৱত জিএমছিএইচৰ ছাফাই কৰ্মীকলৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.