ETV Bharat / city

CID ৰ উদ্যোগত সজাগতামূলক অনুষ্ঠান

author img

By

Published : Jun 16, 2019, 3:35 AM IST

Updated : Jun 16, 2019, 3:44 AM IST

অপৰাধ নিয়ন্ত্ৰণৰ লগতে ৰোধ কৰাৰ উদ্দেশ্য মহানগৰীৰ মালিগাঁওস্থিত ছেইন্ট মেৰিছ ছেকেণ্ডেৰী স্কুলত সজাগতামূলক অনুষ্ঠান চি আই ডিৰ ৷

চি আই ডিৰ উদ্যোগত সজাগতামূলক অনুষ্ঠান

গুৱাহাটী, 16 জুনঃ শণিবাৰে চি আই ডিৰ উদ্যোগত মহানগৰীৰ মালিগাঁওস্থিত ছেইন্ট মেৰিছ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত কৰা হয় এক সজাগতামূলক অনুষ্ঠান ৷ অপৰাধ নিয়ন্ত্ৰণৰ লগতে ৰোধ কৰাৰ উদ্দেশ্য আয়োজন কৰা হয় এই সজাগতামূলক অনুষ্ঠানৰ ।

CID ৰ উদ্যোগত সজাগতামূলক অনুষ্ঠান

বিদ্যালয়খনত অনুষ্ঠিত এই অনুষ্ঠানত চাইবাৰ ক্ৰাইম আৰু ড্ৰাগছ প্ৰতিৰোধ কৰাৰ বিষয়ে আলোচনা কৰে চি আই ডিৰ ADCP এল আৰ বিষ্ণৈয়ে। সকলোকে এই ক্ষেত্ৰত সজাগ থাকিবলৈ অনুৰোধ জনাই লোকজনে । ইফালে ৰাজ্যত PUBG গেমৰ আসক্তিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে বুলি কয় এই ক্ষেত্ৰত এক কঠোৰ সিদ্ধান্ত হাতত লোৱাৰ কথা উল্লেখ কৰে চি আই ডিৰ বিষয়াগৰাকীয়ে ।

Intro:শণিবাৰে চি আই ডিৰ উদ্যোগত মহানগৰীৰ মালিগাঁওস্থিত ছেইন্ট মেৰিছ ছেকেণ্ডাৰী স্কুলত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। অপৰাধ নিয়ন্ত্ৰণৰ লগতে ৰোধ কৰাৰ উদ্দেশ্য চি আই ডিয়ে আয়োজন কৰি আছে এই অনুষ্ঠানৰ। বিদ্যালয়খনত অনুষ্ঠিত এই অনুষ্ঠানত ছাইবাৰ ক্ৰাইম আৰু ড্ৰাকছ প্ৰতিৰোধ কৰাৰ বিষয়ে জনাই চি আই ডিৰ ADCP এল আৰ বিষ্ণৈ। সকলোকে এই ক্ষেত্ৰত সজাগ থাকিবলৈ আহ্বান জনাই বিষ্ণৈ। ইফালে ৰাজ্যত পাবজী গেমৰ আশক্তিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই ক্ষেত্ৰত এক কঠোৰ সিদ্ধান্ত হাতত লোৱাৰ কথা উল্লেখ কৰে চি আই ডিৰ বিষয়াগৰাকীয়ে। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jun 16, 2019, 3:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.