ETV Bharat / city

সুখবৰ ! অসম ৰাজ্যিক চিৰিয়াখানাত নতুন সদস্য - অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী

অসমৰ দৰ্শনাৰ্থীয়ে এতিয়াৰে পৰা চিৰিয়াখানাত দৰ্শন কৰিব পাৰিব জিৰাফ ৷ পাটনাৰ সঞ্জয় গান্ধী বায়'লজিকেল উদ্যান আৰু মহীশূৰৰ চিৰিয়াখানাৰ সৈতে সম্পন্ন জন্তুৰ বিনিময় চুক্তি অনুসৰি গড়ৰ বিপৰীতে জিৰাফ অনা হৈছে অসমলৈ ৷

অসম ৰাজ্যিক চিৰিয়াখানাত নতুন সদস্য, Assam State Zoo new Member
চিৰিয়াখানাৰ নতুন সদস্যটো
author img

By

Published : Nov 30, 2019, 12:30 PM IST

গুৱাহাটী, 30 নৱেম্বৰঃ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন সদস্য ৷ বিগত কেইবা বছৰ ধৰি দৰ্শনাৰ্থীৰ পৰা বিৰত আছিল এই বিশেষ সদস্য ৷

অসম ৰাজ্যিক চিৰিয়াখানাত নতুন সদস্য, Assam State Zoo new Member
চিৰিয়াখানাৰ নতুন সদস্যটো

এতিয়াৰে পৰা অসম ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীয়ে দেখিবলৈ পাব জিৰাফ পাটনাৰ সঞ্জয় গান্ধী বায়'লজিকেল উদ্যানৰ সৈতে সম্পন্ন চুক্তি অনুসৰি অসম ৰাজ্যিক চিৰিয়াখানাই লাভ কৰিছে জিৰাফ ৷ বিনিময়ত, অসমৰ পৰা সঞ্জয় গান্ধী বায়'লজিকেল উদ্যানে লাভ কৰিছে গড় ৷ পাটনাৰ লগতে মহীশূৰৰ পৰাও একেই চুক্তিতে অনা হৈছে আন এটা মতা জিৰাফ ৷ শনিবাৰে আনুষ্ঠানিকভাৱে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব জিৰাফ দুটা ৷

অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী

উল্লেখ্য যে, বহুদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত অভাৱ ঘটিছিল বিভিন্ন জীৱ জন্তুৰ ৷ বৰ্তমান বন বিভাগে অন্য ৰাজ্যৰ চিৰিয়াখানাৰ সৈতে পাৰস্পৰিক চুক্তিৰে জীৱ জন্তু আনিছে ৰাজ্যিক চিৰিয়াখানালৈ ৷ যাৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে চিৰিয়াখানাত ৷

লগতে পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কঃ প্ৰতিবাদত উত্তাল মিজোৰাম বিশ্ববিদ্যালয়

Intro:অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী Body:অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী ৷ এতিয়াৰে পৰা ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীয়ে দেখিবলৈ পাব জিৰাফ ৷ পাটনাৰ সঞ্জয় গান্ধী বাই'লজিকেল চিৰিয়াখানৰ সৈতে অসম ৰাজ্যিক চিৰিয়াখানাই চুক্তি কৰি জন্তৰ বিনিময় কৰিছে ৷ সেই অনুসৰি অসমৰ পৰা পাটনালৈ প্ৰেৰণ কৰিছে গড় ৷ পাটনাৰ উপৰিও মাইচ'ৰ পৰাও একেই চুক্তি মতে অনা হৈছে অন্য এটা মতা জিৰাফ ৷ শনিবাৰে আনুষ্ঠানিকভাৱে এই জিৰাফ সকলোৰে বাবে মুকলি কৰিব বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ উল্লেখ্য যে বিগত বহু দিনধৰি অসম ৰাজ্যিক চিৰিয়াখানাত অভাৱ ঘটিছিল বিভিন্ন জীৱ জন্তৰ ৷ কিন্ত পৰবৰ্তী সময়ত অন্য ৰাজ্যৰ চিৰিয়াখানাৰ সৈতে পাৰস্পৰিক চুক্তি কৰি জীৱ জন্ত আনিছে ৰাজ্যৰ বন বিভাগে ৷ যাৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে চিৰিয়াখানাত ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.