ETV Bharat / city

ৰাজ্যত 33576 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 28, 2020, 1:06 AM IST

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ সোমবাৰৰ দিনটোত পুনৰ মুঠ 1348 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি ৷ ইয়াৰে 155 গৰাকী গুৱাহাটী মহানগৰীৰ ৷

Assam covid 19 update : 1348 new covid cases in State

নিউজ ডেস্ক, 28 জুলাই: ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-19 ৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1348 গৰাকী লোকক ক’ভিড পজিটিভ পোৱা যায় ৷ আক্ৰান্ত ৰোগীসকলৰ 155 গৰাকী গুৱাহাটী মহানগৰীৰ ৷ আনহাতে যোৱা 24 ঘণ্টাত মুঠ 21742 গৰাকী নাগৰকিৰ টেষ্ট কৰা হৈছে বুলি স্বয়ং স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে উল্লেখ কৰে এই তথ্য ৷

  • 📌Alert ~ 1348 new #COVID cases ( Guwahati - 155 ) detected in Assam out of 21742 tests done in last 24 hours.

    Our low positivity rate of 6.19% is encouraging.

    ↗️Total cases 33576
    ↗️Recovered 24040
    ↗️Active cases 9447
    ↗️Deaths 86

    10:10 PM, July 27#AssamCovidCount pic.twitter.com/cV8KXwrPVy

    — Himanta Biswa Sarma (@himantabiswa) July 27, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমান ৰাজ্যখনত ক’ভিড-19 ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 33576 গৰাকী ৷ অৱশ্যে সোমবাৰৰ দিনটোত 1362 গৰাকীকৈ আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰে ৷

  • 📌 Discharge Alert

    1⃣3⃣6⃣2⃣ patients have been discharged today.

    Happy to see rising numbers of discharged cases. Salute to the medical team.

    😊Total Discharged Patients: 25402
    😑Active Patients: 8085

    10:20 PM/July 27#AssamCovidCount pic.twitter.com/W3775ovrqu

ফলত ৰাজ্যখনত এতিয়ালৈ আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 25402 গৰাকী লোকে ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে 8,085 টা ঘটনা ৷ আনহাতে, বৰ্তমানলৈকে 86 গৰাকী লোকৰ ক’ভিড মহামাৰীত মৃত্যুমুখত পৰিছে ৷

লগতে চাওক-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থূনলাই নাৰ্জাৰীৰ আক্ষেপ চৰকাৰৰ প্ৰতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.