ETV Bharat / city

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সংবাদমেল সম্বোধন

author img

By

Published : Jul 21, 2019, 11:56 PM IST

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত সংগঠনটোৱে কয়, চৰকাৰে বিজ্ঞাপনৰ নামত ধন ব্যয় কৰি আছে কিন্তু বানাক্ৰান্তৰ বাবে চৰকাৰৰ হাতত নাই ধন ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সম্বোধন সংবাদমেল

গুৱাহাটী,২১জুলাই : চৰকাৰৰ বিজ্ঞাপন চপোৱাৰ নামত 250 কোটি টকা খৰচ কৰা চৰকাৰ অপৰাগ বানাক্ৰান্তক সাহায্য প্ৰদানত । এই মন্তব্য দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৰ । দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰি কয় যে সৰ্বানন্দ সোণোৱাল শাসনলৈ অহাৰ পৰা প্ৰতিদিনে টি ভি চেনেলত এটা দিনত বিজ্ঞাপনৰ নামত খৰচ কৰে ৮ লাখ টকা । এই হিচাপৰ লগত বাতৰি কাকতৰ হিচাপ যোগ দিলে ইয়াৰ সংখ্যা হ'বগৈ দুগুণ । যি খন চৰকাৰে ব্যয় সংকোচনৰ কথা বাৰে-বাৰে উত্থাপন কৰে সেইখন চৰকাৰে বিজ্ঞাপনৰ নামতে এটা দিনত ইমান টকা খৰচ কৰে বুলি ক্ষোভ উজাৰে সংগঠনটোৱে ।

Intro:anchor...ৰাজ্য চৰকাৰে প্ৰতিদিনে চৰকাৰৰ বিজ্ঞাপন চপোৱাৰ নামত খৰচ কৰে কেইবালক্ষাধিক টকা ।যি সময়ত চৰকাৰে বানাক্ৰান্তক দিবলৈ পুজি নাই বুলি সদৰী কৰিছে সেই খন চৰকাৰে বিজ্ঞাপনৰ নামত তিনি বছৰত খৰচ কৰিছে 250 কোটি টকা ।

Body:VO...ৰাজ্য চৰকাৰে প্ৰতিদিনে বিজ্ঞাপনৰ নামত খৰচ কৰিছে কেইবালক্ষাধিক ।কিন্তু বানত ককবকাই থকা জনতাৰ সাহাৰ্য দিবলৈ চৰকাৰ অপৰাগ । এই বিস্ফোৰক অভিযোগ দূৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ । দেওবাৰে সংবাদমেল পাতি তথ্যসহ সংগঠনটোৱে চৰকাৰৰ স্বৰূপ উদঙালে ।দিচপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সংবাদমেলত সংগঠনটোৱে কয় যে সৰ্বানন্দ সোনোৱাল শাসনলৈ অহাৰ পৰা প্ৰতিদিনে টি ভি চেনেলত এটা দিনত বিজ্ঞাপনৰ নামত খৰচ কৰে ৮ লাখ টকা । এই হিচাপৰ লগত বাতৰি কাকতৰ হিচাপ যোগ দিলে ইয়াৰ সংখ্যা হব গৈ দুগুণ । যি খন চৰকাৰে ব্যয় সংকোচনৰ কথা বাৰে বাৰে উত্থাপন কৰে সেই খন চৰকাৰে বিজ্ঞাপনৰ নামতে এটা দিনত ইমান টকা খৰচ কৰে বুলি ক্ষোভ উজাৰে ।

বাইট

VO...যি সময়ত সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হৈছিল তেওঁ ঘৰলৈ ৰেলেৰে গৈছিল ।লগতে বিষয়া কৰ্মচাৰীক ব্যয় সংকোচন কৰিবৰ বাবে নিৰ্দেশ দিছিল । কিন্তু এয়া ব্যয় সংকোচন হৈছে নে বুলি প্ৰশ্ন তোলে ।

বাইট

VO...বিজ্ঞাপনৰ নামত কোটি টকা খৰচ কৰা চৰকাৰে বানাক্ৰান্তক সাহাৰ্য দিবলৈ অপৰাগতা দেখুওৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰে ।

বাইট

তেওঁ লোকৰ দাবী চৰকাৰে এনে ধৰনে খৰচ কৰাতকৈ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়ক । মুখ্যমন্ত্ৰীয়ে পৰিহাৰ কৰক এই বিলাসপ্ৰিয়তা ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.