গুৱাহাটী,১৩ মাৰ্চ: আয়ুৰচন্দ্ৰা হাস্পতালত জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি বুধবাৰে এক সংবাদমেল আয়োজন কৰে হাস্পতাল কৰ্তৃপক্ষই । উল্লেখ্য যে কিছুদিন পূৰ্বে বৰপেটাৰ চাহজামাল আলী নামৰ এজন যুৱক নাৰেংগী ৰে'ল ষ্টেচনৰ পৰা বৰপেটালৈ যাত্ৰা কৰোতে কোনো দুৰ্বৃত্তই মাৰধৰ কৰি ৰে'লৰ পৰা পেলাই দিয়ে । যাৰ ফলত ৰে'লৰ খুন্দাত হাত-ভৰি কাটি গুৰুতৰভাৱে আহত হয় যুৱকজন ।
সফলতাৰে সম্পন্ন জটিল অস্ত্ৰোপচাৰ - train station
অস্ত্ৰোপচাৰৰ পিচতেই আয়ুৰচন্দ্ৰা হাস্পতালৰ সংবাদমেল
আয়ুৰচন্দ্ৰা হাস্পতালৰ সংবাদমেল
গুৱাহাটী,১৩ মাৰ্চ: আয়ুৰচন্দ্ৰা হাস্পতালত জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি বুধবাৰে এক সংবাদমেল আয়োজন কৰে হাস্পতাল কৰ্তৃপক্ষই । উল্লেখ্য যে কিছুদিন পূৰ্বে বৰপেটাৰ চাহজামাল আলী নামৰ এজন যুৱক নাৰেংগী ৰে'ল ষ্টেচনৰ পৰা বৰপেটালৈ যাত্ৰা কৰোতে কোনো দুৰ্বৃত্তই মাৰধৰ কৰি ৰে'লৰ পৰা পেলাই দিয়ে । যাৰ ফলত ৰে'লৰ খুন্দাত হাত-ভৰি কাটি গুৰুতৰভাৱে আহত হয় যুৱকজন ।
Intro:আয়ুৰচন্দ্ৰা হস্পিতালত জতিল অস্ত্ৰোপচাৰ সম্পন্ন। ৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকক প্ৰাণ ৰক্ষা হস্পিতালখনৰ। বুধবাৰে আয়ুৰচন্দ্ৰা হস্পিতালত এক সংবাদমেল আয়োজন কৰি এই জতিল অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰে হস্পিতাল কৰ্তৃপক্ষই। যোৱা কিছুদিন পূৰ্বে বৰপেটাৰ চাহজামাল আলী নামৰ এগৰাকী যুৱক নাৰেংগী ৰে'ল ষ্টেচনৰ পৰা বৰপেটালৈ যাত্ৰা কৰিছিল। তেনেতে যুৱকজনক কোনো দুৰ্বৃত্তই মাৰধৰ কৰি ৰে'লৰ পৰা পেলাই দিয়ে। ফলত ৰে'লৰ খুন্দাত হাত ভৰি কাটি যায় যুৱকজনৰ।
Body:এই ঘটনাৰ পিছত অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে লৈ অনা হয় আয়ুৰচন্দ্ৰা হস্পিতাললৈ। আয়ুৰচন্দ্ৰা হস্পিতালত যুৱকজনৰ জতিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। বৰ্তমান সুস্থ হৈ উঠিছে বুলিও সংবাদমেলত উল্লেখ কৰে হস্পিতাল কৰ্তৃপক্ষই।
Conclusion:HIRUL HAQUE I GUWAHATI