ETV Bharat / city

অসমত বিকল্প চৰকাৰৰ গঠনৰ চিন্তা আম আদমি পাৰ্টীৰ - আম আদমি পাৰ্টী

অসমত এক বিকল্প চৰকাৰৰ চিন্তাধাৰাৰে কাম হাতত লৈছে আম আদমি পাৰ্টীয়ে ৷ বিজেপি চৰকাৰৰ অপশাসন আৰু ভ্ৰষ্টাচাৰ ৰোধিবলৈ বিকল্প চৰকাৰৰ প্ৰয়োজন অসমত ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এইদৰে মন্তব্য কৰে দলটোৱে ৷

অসমত বিকল্প চৰকাৰৰ গঠনৰ চিন্তা আম আদমি পাৰ্টীৰ

author img

By

Published : Jun 12, 2020, 7:28 PM IST

গুৱাহাটী, 12 জুন : অসমত এক বিকল্প চৰকাৰৰ চিন্তাধাৰাৰে কাম হাতত লৈছে আম আদমি পাৰ্টীয়ে ৷ বিজেপি চৰকাৰৰ অপশাসন আৰু ভ্ৰষ্টাচাৰ ৰোধিবলৈ অসমত বিকল্প চৰকাৰৰ প্ৰয়োজন আছে ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি এইদৰে মন্তব্য কৰে দলটোৱে ৷

অসমত বিকল্প চৰকাৰৰ গঠনৰ চিন্তা আম আদমি পাৰ্টীৰ

বাঘজানত যি ঘটনা সংঘটিত হ'ল সেয়া দূৰ্ভাগ্যজনক ৷ অইলৰ ভুলৰ বাবে হোৱা বিস্ফোৰনে বহুলোকৰ ক্ষতিসাধন কৰিলে ৷ সেয়ে এইসকল লোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে ৷ ইয়াৰ উপৰিও সমগ্ৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে দলটোৱে ৷ সংবাদমেলতে দলটোৱে কয় যে, এইখন চৰকাৰৰ দিনত এমজিএনৰেগাত ব্যাপক দূৰ্নীতি সংঘটিত হৈছে ৷ জৱকাৰ্ডৰ জৰিয়তে গাঁৱৰ মানুহে কাম পাব লাগিছিল যদিও একাংশ লোকে টেক্টৰ, জেচিবি লগাই কাম সম্পাদন কৰিছে ৷ গতিকে এনে কাৰ্য বন্ধ কৰাৰো দাবী তুলে আম আদমি পাৰ্টীয়ে ৷

লগতে পঢ়কঃ হৃদৰোগত আক্ৰান্ত কোভিড-19 ৰোগীৰ মৃত্যুৰ সম্ভাৱনা অধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.