ETV Bharat / city

বিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 456 প্ৰাৰ্থীয়ে - মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন

ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত ৷ মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 456 গৰাকী প্ৰাৰ্থীয়ে ৷

বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা আগবঢ়াব 456 প্ৰাৰ্থীয়ে

author img

By

Published : Mar 9, 2021, 10:56 PM IST

নিউজ ডেস্ক, 9 মাৰ্চ: ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত ৷ মুঠ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ 47 টা সমষ্টিত 27 মাৰ্চত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ আজি অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন ৷ আনহাতে, বুধবাৰে মনোনয়ন পৰীক্ষণ আৰু বৃহস্পতিবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ দিন ধাৰ্য কৰা হৈছে ৷

সেই অনুসৰি, প্ৰথম পৰ্যায়ৰ বাবে 47 টা সমষ্টিৰ মুঠ 456 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ জয়ৰ কামনাৰে বন্তি প্রজ্বলন মাজুলীবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.