ডিব্ৰুগড়, 20 মাৰ্চ : গুৰুতৰভাৱেঅসুস্থ প্ৰবীণ ৰাজনীতিবিদ তথা মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়া ৷ বিগত সপ্তাহৰ পৰা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে শইকীয়া ৷
অসুস্থ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়াৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে
বিগত সপ্তাহৰ পৰা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে শইকীয়া ৷মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়গৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ৷
অসুস্থ ৰাজনীতিবিদ শৰৎ শইকীয়া
ডিব্ৰুগড়, 20 মাৰ্চ : গুৰুতৰভাৱেঅসুস্থ প্ৰবীণ ৰাজনীতিবিদ তথা মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শৰৎ শইকীয়া ৷ বিগত সপ্তাহৰ পৰা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে শইকীয়া ৷
A_DIB_CM_19mrch_visits_ex-MLA_Sarat_Saikia_jesim
Visual,image and byte on ftp
Total 5 files
OC/VO:- জ্যেষ্ঠ ৰাজনীতিবিদ তথা মাহমৰা সমষ্টিৰ প্ৰাক্তণ বিধায়ক শৰৎ শইকীয়া অসুস্থ।বৰ্তমান ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে শইকীয়া।যোৱা বুধবাৰৰ পৰা চিকিৎসাধীন হৈ থকা ৰাজনীতিবিদ গৰাকীৰ আজি Dialysis কৰা হয়।আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে হস্পিটেলত তেখেতৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয়।জ্যেষ্ঠ bjp নেতা জনৰ আৰোগ্য কামনা কৰাৰ লগতে তেখেতৰ চিকিৎসাৰ সু-ব্যৱস্থা কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Byte:- মুখ্যমন্ত্ৰী।
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV BHARAT ASSAM