ETV Bharat / city

First sports university in Assam : অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ

author img

By

Published : Dec 18, 2021, 7:42 AM IST

শুকুৰবাৰে চাবুৱাত অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় (First sports university in Assam) ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয় বিশ্ববিদ্য়ালয়খনিৰ লাইখুঁটা (Laying of the foundation stone of sports university) ৷

lai-khuta-of-assam-first-sports-university-erected-in-chabua-dibrugarh
অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ লাইখুঁটা স্থাপন

মৰাণ, 18 ডিচেম্বৰ : ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মাণ হ'ব অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ৷ প্ৰায় 220 বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় (Sri Sri Aniruddhadeva Sports University in Chabua) নামেৰে স্থাপন হ’বলগীয়া ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ শুকুৰবাৰে মায়ামৰা ধৰ্মৰ পৰম্পৰাৰে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় ৷

এই অনুষ্ঠানত ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জে পি বাৰ্মা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷

সেই উপলক্ষে মায়ামৰা ধৰ্মৰ ভকত বৈষ্ণৱসকলে চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দিনজয় সত্ৰৰ সমীপৰ বালিজান পানীএৰা গাঁৱত ক্ৰীড়া বিশ্ববিদ্যালয়খনিৰ লাইখুঁটা স্থাপন কৰে (Laying of the foundation stone of sports university) ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, অসমৰ ক্ৰীড়া তথা পৰ্যটন মন্ত্ৰী বিমল বৰা আদিকে ধৰি বহু বিশিষ্ট ব্য়ক্তি ৷

উল্লেখ্য যে, এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৮ চনৰ ছেপ্তেম্বৰত গৃহীত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় বিধেয়কৰ অধীনত নিৰ্মাণৰ কাম হাতত লৈছে । বিশ্ববিদ্যালয়খন ২০২০ চনৰ ১০ জুলাইৰ পৰা কাৰ্যকৰী কৰা হয় । বিশ্ববিদ্যালয়খনৰ নাম বৈষ্ণৱ ধৰ্ম প্ৰচাৰক, কবি আৰু মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰৱৰ্তক শ্ৰীশ্ৰীঅনিৰুদ্ধ দেৱৰ নামেৰে নামাকৰণ কৰা হৈছে ।

এই বিশ্ববিদ্যালয়খন অসমৰ প্ৰথম (First sports university in Assam) আৰু ভাৰতৰ চতুৰ্থ কাৰ্যক্ষম ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয় ।

লগতে পঢ়ক : অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.