ETV Bharat / city

ডিব্ৰুগড় আৰক্ষীত সংযোজন নতুন তহলদাৰী ব্যৱস্থা - ডিব্ৰুগড় আৰক্ষীৰ তহলদাৰী গোট

বুধবাৰৰ পৰা অত্যাধুনিক তহলদাৰী ব্যৱস্থাৰে সংযুক্ত কৰা হয় ডিব্ৰুগড় আৰক্ষীক ৷ Patrol management system নামৰ এই প্ৰযুক্তিৰ সহায়ত জিলাখনৰ আৰক্ষীয়ে এতিয়াৰে পৰা Real Time monitoring কৰিব পাৰিব ৷

ডিব্ৰুগড় আৰক্ষীত সংযোজন নতুন তহলদাৰী ব্যৱস্থা

author img

By

Published : Jul 23, 2020, 12:22 AM IST

ডিব্ৰুগড়, 22 জুলাই : ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ তহলদাৰী ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্যৰে এক নতুন প্ৰযুক্তিৰ সংযোজন কৰে ৷ বুধবাৰে জিলাখনৰ আৰক্ষীয়ে তহলদাৰী ব্যৱস্থাটো শক্তিশালী কৰিবলৈ Patrol Management Systemৰ শুভাৰম্ভ কৰে ৷

বুধবাৰে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে ৷

ডিব্ৰুগড় আৰক্ষীৰ Patrol management system

ডিব্ৰুগড় আৰক্ষীৰ তহলদাৰী গোটে ব্যৱহাৰ কৰা ৫৪ খন বাহনক এই ব্যৱস্থাৰে কাৰ্যক্ষম কৰা হয় ৷ বাহনকেইখনত সংলগ্ন কৰা GPS Device এই ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হ'ব ৷ যাৰ ফলত এতিয়াৰ পৰা আৰক্ষীক অপৰাধ নিয়ন্ত্ৰণৰ লগতে সাধাৰণ ৰাইজক তাৎক্ষণিক সঁহাৰি প্ৰদানত সহায় হ'ব ৷

লগতে পঢকঃ ৰাজ্যৰ প্ৰলয়ংকাৰী বানত মৃতকৰ সংখ্যা 89 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.