ETV Bharat / city

মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি কমৰেড ভোগেশ্বৰী মেছ - মুক্তিযোদ্ধা কমৰেড ভোগেশ্বৰী মেছ

মৰাণ প্ৰেছ ক্লাৱৰ "এই মাহৰ অতিথি" শিতানত মুক্তিযোদ্ধা কমৰেড ভোগেশ্বৰী মেছক বিশেষ সন্মান জ্ঞাপন কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটি আঁতধৰে মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে ৷

congratulating-to-bhugeshwari-mech-by-moran-press-club
মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি কমৰেড ভোগেশ্বৰী মেছ
author img

By

Published : Dec 26, 2020, 9:20 AM IST

Updated : Dec 26, 2020, 9:32 AM IST

মৰাণ, 26 ডিচেম্বৰ: মৰাণ প্ৰেছ ক্লাৱৰ "এই মাহৰ অতিথি" শিতানৰ উপলক্ষে ডিচেম্বৰ মাহৰ অতিথি ৰূপে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত শালমাৰী গেলা দিচাঙৰ মুক্তিযোদ্ধা কমৰেড ভোগেশ্বৰী মেছক মৰাণ প্ৰেছ ক্লাৱে বিশেষ সন্মান জ্ঞাপন কৰে ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটি আঁতধৰে মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে ৷

congratulating-to-bhugeshwari-mech-by-moran-press-club
মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি কমৰেড ভোগেশ্বৰী মেছ

মৰাণ প্ৰেছ ক্লাৱত অনুষ্ঠিত অনুষ্ঠানত শালমাৰীৰ ধমণ অঞ্চলৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি লগতে মৰাণ প্ৰেছ ক্লাৱৰ সাংবাদিক সকল উপস্থিত থাকে ৷ উল্লেখ্য যে, শালমাৰী ডাকঘৰ,শালমাৰী মজলীয়া বিদ্যালয়,শালমাৰি স্বাস্থ্য কেন্দ্ৰ,ধমন হাইস্কুল প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা লোৱাৰ লগতে অসম সমবায় আন্দোলন,ভাষা আন্দোলন,খাদ্য আন্দোলন,চাহ,বেংক,তেল সম্পদ ৰাষ্টীয়কৰণ,শোধনাগাৰ আন্দোলন,বিদেশী বহিষ্কাৰ আন্দোলন আদিত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল ভোগেশ্বৰী মেছে ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Dec 26, 2020, 9:32 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.