ETV Bharat / city

জনতা কাৰ্ফিউ 23 তাৰিখ ৰাতিপুৱালৈ বৃদ্ধি - জনতা কাৰ্ফিউ 23 তাৰিখ ৰাতিপুৱালৈ বৃদ্ধি

জনতা কাৰ্ফিউ কাইলৈ পুৱা 8 বজা পৰ্যন্ত বৃদ্ধি মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে এই আহ্বান জনাইছে । ইয়াৰ লগতে জনতা কাৰ্ফিউলৈ ৰাইজে জনোৱা সঁহাৰিত কৃতজ্ঞতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

জনতা কাৰ্ফিউ 23 তাৰিখ ৰাতিপুৱালৈ বৃদ্ধি
জনতা কাৰ্ফিউ 23 তাৰিখ ৰাতিপুৱালৈ বৃদ্ধি
author img

By

Published : Mar 22, 2020, 10:46 PM IST

ডিব্ৰুগড়, 22 মাৰ্চ : জনতা কাৰ্ফিউ কাইলৈ পুৱা 8 বজা পৰ্যন্ত বৃদ্ধি মুখ্যমন্ত্ৰীৰ । মুখ্যমন্ত্ৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে এই আহ্বান জনাইছে । ইয়াৰ লগতে জনতা কাৰ্ফিউলৈ ৰাইজে জনোৱা সঁহাৰিত কৃতজ্ঞতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ । তেওঁ লগতে জনতা কাৰ্ফিউৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি জৰুৰী সেৱাত নিয়োজিত সকলক বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ জৰুৰী কাম নাথাকিলে আগন্তুক দুটা সপ্তাহলৈ নিজ গৃহৰ পৰা নোলাবলৈ আহ্বান জনালে ৰাজ্যবাসীক ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.