ETV Bharat / city

বিলাসীপাৰাত সোণকোষ নৈৰ বাঢ়নী পানীত পৰি মৃত্যু কণমানি ছাত্ৰীৰ - ধুবুৰী অসামৰিক চিকিৎসালয়

বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সোণকোষ নৈৰ জলপৃষ্ঠ বাঢ়ি অহাত বাঢ়নি পানীত পৰি মৃত্যু হয় এগৰাকী 3য় শ্ৰেণীৰ ছাত্ৰীৰ ৷ জানিব পৰা মতে, বাঙালীপাৰা 2য় খণ্ড গাঁওৰ মনোৱাৰ আলীৰ কন্যা মনালিচা খাতুনে নিজ মাতৃৰ সৈতে পাচলি বুটলিবলৈ যাওঁতেই পানীত পৰি মৃত্যুক সাৱটি ল'ব লগা হয় ৷

death in Bilasipara
বিলাসীপাৰাত সোণকোষ নৈৰ বাঢ়নী পানীত পৰি মৃত্যু কণমানি ছাত্ৰীৰ
author img

By

Published : May 29, 2020, 10:22 AM IST

পশ্চিম বিলাসীপাৰা, 29মে': বিলাসীপাৰাৰ বাঙালীপাৰাত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সোণকোষ নৈৰ জলপৃষ্ঠ বাঢ়ি অহাত বাঢ়নি পানীত পৰি মৃত্যু হয় এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ ৷

সোণকোষ নৈৰ বাঢ়নী পানীত পৰি মৃত্যু কণমানি ছাত্ৰীৰ

জানিব পৰা মতে, বাঙালীপাৰা 2য় খণ্ড গাঁওৰ মনোৱাৰ আলীৰ কন্যা মনালিচা খাতুনে নিজ মাতৃৰ সৈতে পাচলি বুটলিবলৈ যাওঁতেই পানীত পৰি মৃত্যুক সাৱটি ল'ব লগা হয় ৷ ইপিনে ঘটনাস্থলীত বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ ইয়াৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃচাবুৱা থানাত অখিল গগৈৰ পুনৰ তিনি গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.