ধুবুৰী,26মাৰ্চঃধুবুৰীৰ একাংশ চৰকাৰী বিদ্যালয়ত এতিয়া শিক্ষাৰ্থীৰ বিপৰীতে নাই বিভাগীয় শিক্ষক । কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষক নথকাৰ ফলত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী ৷ ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাঝেৰচৰ এম ই মাদ্ৰাছাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুই শতাধিক শিক্ষাৰ্থীৰ বিপৰীতে আছে প্ৰধান শিক্ষককে ধৰি মাত্ৰ ছগৰাকী শিক্ষক।
চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে নাই বিভাগীয় শিক্ষক - education dept.
কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ
ধুবুৰীত শিক্ষকৰ অভাৱ
ধুবুৰী,26মাৰ্চঃধুবুৰীৰ একাংশ চৰকাৰী বিদ্যালয়ত এতিয়া শিক্ষাৰ্থীৰ বিপৰীতে নাই বিভাগীয় শিক্ষক । কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষক নথকাৰ ফলত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী ৷ ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাঝেৰচৰ এম ই মাদ্ৰাছাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুই শতাধিক শিক্ষাৰ্থীৰ বিপৰীতে আছে প্ৰধান শিক্ষককে ধৰি মাত্ৰ ছগৰাকী শিক্ষক।
Intro: ধুবুৰীৰ একাংশ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষক নথকাৰ ফলত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী।
Body: ধুবুৰীৰ একাংশ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱ। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষক নথকাৰ ফলত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী। ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এইখন মাঝেৰচৰ এম ই মাদ্ৰাছাত ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে দুই শতাধিক শিক্ষাৰ্থীৰ বিপৰীতে আছে প্ৰধান শিক্ষককে ধৰি মাত্ৰ ছগৰাকী শিক্ষক। ইয়াৰে এজন চি আৰ চি। তেওঁ বৰপেটাত নিযুক্তি হৈ আছে। ইপিনে বিদ্যালয় খনত অসমীয়া, গণিত আৰু ইংৰাজী বিষয়কে ধৰি কেইটামান গুৰুত্বপূৰ্ণ বিষয় শিক্ষক নাই দীৰ্ঘ দিনৰে পৰা। এই বিষয়ে বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ শিক্ষা বিভাগক অৱগত কৰা সত্বেও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ফলত কোনোমতে পাঠদান প্ৰক্ৰিয়া চলাই নিবলৈ বাধ্য হৈছে বিদ্যালয় কৰ্তৃপক্ষই।
Byte:- প্ৰধান শিক্ষক
ইপিনে ছাত্ৰ ছাত্ৰী সকলেও পাঠদানৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে। শীঘ্ৰেই প্ৰয়াজনীয় শিক্ষক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীয়ে।
Conclusion: উল্লেখযোগ্য যে, এই ক্ষেত্ৰত জিলা তথা ৰাজ্যৰ শিক্ষা বিভাগে কেনে গুৰুত্ব প্ৰদান কৰে সেয়াই লক্ষণীয় বিষয়। যদিওঁ শিক্ষা বিভাগত আমূল পৰিৱৰ্তন হৈছে বুলি ঢাক ঢোল বজাই অহাৰ সময়তে শিক্ষক বিহীন বিদ্যালয়ৰ বাস্তৱ ছবিয়ে স্পষ্ট কৰি দিছে ৰাজ্যৰ শিক্ষা বিভাগৰ প্ৰকৃত ছবি।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।