নিউজ ডেস্ক 27 মেঃ গ্ৰীস্মকালত ভ্ৰমণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা বিমান প্ৰতিষ্ঠান গ' এয়াৰে মেগা মিলিয়ন ছেলত মাত্ৰ 899 টকাত 10 লাখ টিকট বুকিঙৰ বাবে মুকলি কৰি দিছে ৷ মেগা মিলিয়ন ছেল তিনি দিন ধৰি থাকিব আৰু আজিৰ পৰা এই বুকিং আৰম্ভ হৈছে ৷ এই টিকটসমূহ 15 জুনৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত যাত্ৰা কৰিব পাৰিব ৷ মেগা মিলিয়ন ছেলৰ উপৰিও এয়াৰলাইনৰ তৰফৰ পৰা কেইবাটাও ৰেহাই আৰু কেছবেক অফাৰ দিয়া গৈছে ৷ পেটিএমৰ তৰফৰ পৰা 2499 তকৈ বেছি লেনদেন কৰিলে বিমানৰ টিকটত 500 টকাৰ কেচবেক পোৱা যাব ৷ কেচ বেক 24 ঘণ্টাৰ ভিতৰত পেটিএম ৱালেটত পোৱা যাব ৷
আজিৰে পৰা গ' এয়াৰৰ মেগা মিলিয়ন ছেল - today
গ্ৰীস্মকালত ভ্ৰমণৰ প্ৰতি সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা বিমান প্ৰতিষ্ঠান গ' এয়াৰে মেগা মিলিয়ন ছেলত মাত্ৰ 899 টকাত 10 লাখ টিকট বুকিংৰ বাবে মুকলি কৰি দিছে ৷
নিউজ ডেস্ক 27 মেঃ গ্ৰীস্মকালত ভ্ৰমণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা বিমান প্ৰতিষ্ঠান গ' এয়াৰে মেগা মিলিয়ন ছেলত মাত্ৰ 899 টকাত 10 লাখ টিকট বুকিঙৰ বাবে মুকলি কৰি দিছে ৷ মেগা মিলিয়ন ছেল তিনি দিন ধৰি থাকিব আৰু আজিৰ পৰা এই বুকিং আৰম্ভ হৈছে ৷ এই টিকটসমূহ 15 জুনৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত যাত্ৰা কৰিব পাৰিব ৷ মেগা মিলিয়ন ছেলৰ উপৰিও এয়াৰলাইনৰ তৰফৰ পৰা কেইবাটাও ৰেহাই আৰু কেছবেক অফাৰ দিয়া গৈছে ৷ পেটিএমৰ তৰফৰ পৰা 2499 তকৈ বেছি লেনদেন কৰিলে বিমানৰ টিকটত 500 টকাৰ কেচবেক পোৱা যাব ৷ কেচ বেক 24 ঘণ্টাৰ ভিতৰত পেটিএম ৱালেটত পোৱা যাব ৷
আজিৰে পৰা গ এয়াৰৰ মেগা মিলিয়ন ছেল
নিউজ ডেস্ক 27 মেঃ গ্ৰীস্ম কালত ভ্ৰমণৰ প্ৰতি সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা বিমান প্ৰতিষ্ঠান গ এয়াৰে মেগা মিলিয়ন ছেল ত মাত্ৰ 899 টকাত 10 লাখ টিকট বুকিং কৰিব পাৰিব৷ মেগা মিলিয়ন ছেল তিনি দিন ধৰি থাকিব আৰু আজি পৰা এই বুকিং আৰম্ভ হৈছে৷ এই টিকট সমূহ 15 জুনৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত যাত্ৰা কৰিব পাৰিব৷ মেগা মিলিয়ন ছেল ৰ উপৰিও এয়াৰলাইনৰ তৰফৰ পৰা কেইবাটাও ৰেহাই আৰু কেছবেক অফাৰ দিয়া গৈছে৷ পেটিএম ৰ তৰফৰ পৰা 2499 তকৈ বেছি লেনদেন কৰিলে বিমানৰ টিকটত 500 টকাৰ কেচবেক পোৱা যাব৷ কেচ বেক 24 ঘণ্টাৰ ভিতৰত পেটিএম ৱেলটত পোৱা যাব৷