ETV Bharat / business

লক ডাউনঃ 60.৯ শতাংশ লোকে অত্যাৱশ্য়কীয় সামগ্ৰীত ভৰিছে অধিক মূল্য - IANS C-VOTER গাল্লোপ আন্তঃৰাষ্ট্ৰীয় কৰ'ণা ট্ৰেকাৰ সংস্থা

26 আৰু 27 মাৰ্চত দেশ ব্যাপি চলাইছিল সমীক্ষা । 60.9 শতাংশ লোকেই অধিক মূল্য ভৰিব লগীয়া হোৱা বুলি উল্লেখ কৰে । আনহাতে 28.7 শতাংশ লোকেই কোনো মতামত প্ৰকাশ নকৰে ।

লক ডাউনঃ 60.৯ শতাংশ লোকে অত্যাৱশ্য়কীয় সামগ্ৰীত ভৰিছে অধিক মূল্য

author img

By

Published : Mar 30, 2020, 4:34 PM IST

নতুন দিল্লী, 30 মাৰ্চঃ দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰত প্ৰভাৱ পেলাইছে কৰ'ণা ভাইৰাছে । এক সমীক্ষাত পোহৰলৈ আহিছে এই কথা । সোমবাৰে সমীক্ষাটোৰ পৰা প্ৰকাশিত তথ্যত এই কথা পোহৰলৈ আহিছে য, দেশত 25 মাৰ্চৰ পৰা অপ্ৰত্যাশিত ভাবে লক ডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পাচত 60.9 শতাংশ লোকে অত্যাৱশ্যকীয় সামগ্ৰীত ভৰিছে অধিক মূল্য ।

IANS C-VOTER গাল্লোপ আন্তঃৰাষ্ট্ৰীয় কৰ'ণা ট্ৰেকাৰ সংস্থাই 26 আৰু 27 মাৰ্চত দেশ ব্যাপি এই সমীক্ষা চলাইছিল । সমীক্ষাটোত জনসাধাৰণক সোধা হৈছিল যে, লক ডাউনৰ সময়ত পূৰ্বৰ মূল্যতে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিছে বুলি । কিন্তু 60.9 শতাংশ লোকেই এই কথা খণ্ডণ কৰি অধিক মূল্য ভৰিব লগীয়া হোৱা বুলি উল্লেখ কৰে । আনহাতে 28.7 শতাংশ লোকেই কোনো মতামত প্ৰকাশ নকৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.