ETV Bharat / business

ভাৰতত ৩ লাখ অতিক্ৰম কৰিলে কোভিড ১৯ত আক্ৰান্তই

author img

By

Published : Jun 13, 2020, 3:11 PM IST

মহাৰাষ্ট্ৰতো ১ লাখ অতিক্ৰম কৰিলে কোভিড ১৯ ত আক্ৰান্তই ।

India's COVID-19 cases cross 3-Lakh mark

নিউজ ডেস্ক, ১৩ জুন : ভাৰতত ৩ লাখ অতিক্ৰম কৰিলে কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যাই । শুকুৰবাৰে ভাৰতত সৰ্বাধিক ১১,৪৫৮ গৰাকী লোক কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় ৩৮৬ গৰাকীৰ ।

বৰ্তমান দেশখনত কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৩,০৯,৭০৮ জনলৈ আৰু মৃত্যু হৈছে ৮,৮৯৩ জনৰ ।ইয়াৰে ১,৫৪,৪১৩ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত আছে ১,৪৬,৩৯০ গৰাকী লোক ।

ভাৰতত ৩ লাখ অতিক্ৰম কৰিলে কোভিড ১৯ ত আক্ৰান্তই

আনহাতে মহাৰাষ্ট্ৰতো ১ লাখ অতিক্ৰম কৰিলে কোভিড ১৯ ত আক্ৰান্তই । ৰাজ্যখনত বৰ্তমানলৈ ১,০১,‌১৪১ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড ১৯ ত । ইয়াৰে ৩,৭১৭ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৭,৭৮৬ গৰাকীয়ে আৰোগ্য লাভ কৰিছে । আনহাতে চিকিৎসাধীন অৱস্থাত আছে ৪৯,৬২৮ গৰাকী লোক ।

লগতে চাওকঃ চাৰাই শ্বেয়াৰ কৰিলে কেডাৰনাথ শ্বুটিঙৰ পুৰণি ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.