ETV Bharat / business

গুৱাহাটীত ৰোগীৰ বাবে অনলাইন চিকিৎসা সেৱা - এপ মুকলি

এপ'টোৰ জৰিয়তে ৰোগীয়ে ডাক্তৰৰ বাবে পঞ্জীয়ণ, নিজৰ ৰোগৰৰ সকলো তথ্য, মাছুল আদায় আদি সকলো ঘৰৰ পৰাই কৰিব পৰিব ।

ETV BHARAT
author img

By

Published : May 17, 2019, 7:31 PM IST

গুৱাহাটী , 17 মে' : গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনলাইন যোগে হ'ব চিকিৎসা সেৱা। শুকুৰবাৰে মহানগৰীৰ আদাবাৰীস্থিত এছ আৰ এল বিটছ্ ডাইগন'ষ্টিক চেন্টাৰে মুকলি কৰে এটা মোবাইল এপ'।

গুৱাহাটীত ৰোগীৰ বাবে অনলাইন চিকিৎসা সেৱা

এপ'টোৰ জৰিয়তে ৰোগীয়ে ডাক্তৰৰ বাবে পঞ্জীয়ণ, নিজৰ ৰোগৰৰ সকলো তথ্য, মাছুল আদায় আদি সকলো ঘৰৰ পৰাই কৰিব পৰিব । তাৰোপৰি ৰোগীৰ বাবে বিভিন্ন ধৰণৰ সুবিধা আছে এই মোবাইল এপ'টোত। মোবাইল এপ'টো আনুষ্ঠানিকভাৱে মুকলি কৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। গুৱাহাটীবাসী এপ'টোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।

Intro:গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনলাইন যোগে হ'ব চিকিৎসা সেৱা। শুকুৰবাৰে মহানগৰীৰ আদাবাৰীস্থিত এছ আৰ এল বিটছ্ ডাইগন'ষ্টিক চেন্টাৰে মুকলি কৰে এটা মোবাইল এপ'। এই এপ'টোৰ জৰিয়তে ৰোগীয়ে ডাক্তৰৰ বাবে পঞ্জীয়ণ, নিজৰ ৰোগৰৰ সকলো তথ্য, মাছুল আদায় আদি সকলো ঘৰতে বহি কৰিব পৰিব। তাৰোপৰি ৰোগীৰ বাবে বিভিন্ন ধৰণৰ সুবিধা আছে এই মোবাইল এপ'টোত। ইফালে এই মোবাইল এপ'টো আনুষ্ঠানিকভাৱে মুকলি কৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই। গুৱাহাটীবাসীৰ এই এপ'টোৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য কৰে ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.