ETV Bharat / business

গুগলে নিৰ্মাণ নকৰে মোবাইল-টেবলেট

2018 চনত অন্তিমটো পিক্সেল শ্লেট নিৰ্মাণ কৰিছিল গুগলে৷

author img

By

Published : Jun 22, 2019, 7:38 PM IST

গুগলে নিৰ্মাণ নকৰে মোবাইল-টেবলেট

নিউজ ডেস্ক, 22 জুন : এতিয়াৰে বজাৰত উপলব্ধ নহ'ব গুগলৰ নতুন মোবাইল আৰু টেবলেট৷ পিক্সলে ফোন আৰু টেবলেট নিৰ্মাণ নকৰাৰ সিদ্ধান্ত চাৰ্চ ইঞ্জিন অপটিমাইজেশ্বন তথা প্ৰসিদ্ধ কোম্পানীটোৰ৷

গুগলৰ মুখপাত্ৰই কম্পিউটাৰ ৱৰ্ল্ড ক জনাইছে এই কথা৷ টেবলেট আৰু মোবাইলৰ নিৰ্মাণ এৰি সম্পূৰ্ণভাৱে কম্পিউটাৰ নিৰ্মাণত মনোনিৱেশ কৰিব গুগলে৷ 2018 চনত অন্তিমটো পিক্সেল শ্লেট নিৰ্মাণ কৰিছিল গুগলে৷

google will no longer build its own tablets

গুগলে নিৰ্মাণ নকৰে মোবাইল-টেবলেট

2018 চনত অন্তিমটো পিক্সেল শ্লেট নিৰ্মাণ কৰিছিল গুগলে৷

নিউজ ডেস্ক, 22 জুন : এতিয়াৰে বজাৰত উপলব্ধ নহ'ব গুগলৰ নতুন মোবাইল আৰু টেবলেট৷ পিক্সলে ফোন আৰু টেবলেট নিৰ্মাণ নকৰাৰ সিদ্ধান্ত চাৰ্চ ইঞ্জিন অপটিমাইজেশ্বন তথা প্ৰসিদ্ধ কোম্পানীটোৰ৷

গুগলৰ মুখপাত্ৰই কম্পিউটাৰ ৱৰ্ল্ড ক জনাইছে এই কথা৷ টেবলেট আৰু মোবাইলৰ নিৰ্মাণ এৰি সম্পূৰ্ণভাৱে  কম্পিউটাৰ নিৰ্মাণত মনোনিৱেশ কৰিব গুগলে৷ 2018 চনত অন্তিমটো পিক্সেল শ্লেট নিৰ্মাণ কৰিছিল গুগলে৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.