ETV Bharat / briefs

টীয়কত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া ইফটাৰ - Iftar

পৱিত্ৰ ৰমজান মাহ উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টিয়কৰ মা-বিবাহ ভৱনত আয়োজন কৰা হয় সমূহীয়া ইফটাৰৰ ৷

টিয়কত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া ইফটাৰ
author img

By

Published : May 20, 2019, 2:31 PM IST

যোৰহাট, 20 মে': পৱিত্ৰ ৰমজান মাহ উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আয়োজন কৰে সমূহীয়া ইফটাৰৰ ৷ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়কৰ মা-বিবাহ ভৱনত আয়োজন কৰা হয় এই সমূহীয়া ইফটাৰৰ ৷ সমগ্ৰ অসম তথা ভাৰতত শান্তি আৰু ভাতৃত্ববোধ কামনাৰ অৰ্থে এই সমূহীয়া ইফটাৰৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

টিয়কত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া ইফটাৰ

উক্ত কাৰ্যসূচীত যুৱ-ছাত্ৰৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি তথা সম্পাদক, জিলা কাৰ্যনিৰ্বাহক,টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, উপ-সভাপতি আৰু টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসকলৰ লগতে টীয়কৰ কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ জাতি বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো একেলগে বহি এইদৰে ইফটাৰ গ্ৰহণ কৰা দৃশ্যই নিশ্চিতভাৱে একতাৰ নিদৰ্শন দাঙি ধৰিছে ৷

Intro:Body:অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া ইফটাৰ
TEOK:অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়কৰ মা-বিবাহ ভৱনত ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ৰমজান মাহৰ উপলক্ষ্যত সমূহীয়া ইফটাৰ আয়োজন কৰা হয় ৷ সমগ্ৰ অসম তথা ভাৰতত শান্তি আৰু ভাতৃত্ববোধ কামনাৰ অৰ্থে এনেদৰে সমূহীয়াকৈ ইফটাৰৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ উক্ত কাৰ্যসূচীত যুৱ-ছাত্ৰৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক, জিলা কাৰ্যনিৰ্বাহক, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, উপ-সভাপতি আৰু টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসকলৰ লগতে টীয়কৰ কেইবাজনো গন্য মান্য ব্যক্তি উপস্থিত থাকি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে বহি ইফটাৰ গ্ৰহণ কৰি একতাৰ নিদৰ্শন দাঙি ধৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.