ETV Bharat / briefs

বাক্সাৰ সুৱণখাটাত সংসাৰী পূজা পালন - সংসাৰী আই

ধৰ্মীয় শাস্ত্ৰৰ আৱশ্যক নোহোৱা এই পূজাত মহিলাসকলে অংশগ্ৰহণ কৰিব নোৱাৰে যদিও পূজালৈ কণ কণ শিশুৱে সেৱা আগবঢ়ায় । এই পূজাত ফল-মূল,বলি বিধানেৰে অদৃশ্য শক্তি তথা সংসাৰী আইক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয় ৷

বাক্সাৰ সূৱণখাটাত সংসাৰী পূজা পালন
author img

By

Published : Apr 27, 2019, 3:00 PM IST

বাক্সা,২৭ এপ্ৰিল : শনিবাৰে বাক্সা জিলাৰ সুৱণখাটাত গোৰ্খা সমাজে পালন কৰে সংসাৰী পূজা । গোৰ্খা জনগোষ্ঠীয়ে বসন্ত ঋতুত পালন কৰে এই পূজা ।

Intro: বাক্সা জিলাৰ সুৱণখাটাত শনিবাৰে গোৰ্খা সমাজে পালন কৰিলে প্ৰাকবৈদিক মৌলিক প্ৰকৃতিৰ সংসাৰী পূজা।
বাইট-ভক্ত।
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।Body:গোৰ্খা জনগোষ্ঠীয়ে বসন্ত ঋতুত উদযাপন কৰা এই পূজা আজি সুৱনখাটাৰ গোৰ্খা সমাজেও আজি উলহ মালহৰে পালন কৰে।এই পূজাৰ পূজাৰী জনক ধামী বুলি কোৱা হয়।ধৰ্মীয় শাস্ত্ৰৰ আৱশ্যক নোহোৱা এই পূজাত ধামী জনেই পূজা কৰে। এই পূজাত মহিলা সকলে অংশগ্ৰহন নকৰে যদিও পুজালৈ বুলি কণ কণ বালিকাই অংশগ্ৰহন কৰি সেৱা আগবঢ়ায়।ধামী জনে অাৰু পুৰ্বপুৰূষে মানি অহা এই অদৃশ্য শক্তিক ৰাইজৰ কুশল কামনা কৰি প্ৰায় অৰ্ধ শতাধিক লোকে সেৱা আগবঢ়ায়।ধামীজনে ফল-মূল , বলি আদি দি অদৃশ্য শক্তি সংসাৰী আইক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.