গুৱাহাটী,২জুন: বিগত চাৰি দশকৰ বিতৰত মোডী চৰকাৰৰ দিনতেই নিবনুৱা সমস্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ নৰেন্দ্ৰ মোডী কিমান মিথ্যাচাৰী সেয়া ৰাইজে গম পাইছে৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰিজিঅ'নেল ডেম'ক্ৰেটিক এলায়েঞ্চৰ সভাপতি গুণ গগৈয়ে এনেদৰে অভিযোগ কৰে ৷ সভাপতিগৰাকীয়ে অসমত বহু ৰাজনৈতিক দলৰ জন্ম হোৱাৰ আশা কৰি একেলগে বিজেপিক প্ৰতিহত কৰিবলৈ থিয় হ'ব লাগিব বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে এই বৰ্ষৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ বিপৰীতে আন কোনো শক্তিশালী নেতা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত মোডীয়ে সংখ্যাগৰিষ্ঠততাৰে জয়ী হ'বলৈ সক্ষম হয় বুলি মত প্ৰকাশ কৰে ।
নৰেন্দ্ৰ মোডীক মিথ্যাচাৰী আখ্যা কাৰ? - GUWAHATI
নৰেন্দ্ৰ মোডী কিমান মিথ্যাচাৰী সেয়া ৰাইজে গম পাইছে৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰিজিঅ'নেল ডেম'ক্ৰেটিক এলায়েঞ্চৰ সভাপতি গুণ গগৈয়ে এনেদৰে অভিযোগ কৰে ৷ সভাপতিগৰাকীয়ে অসমত বহু ৰাজনৈতিক দলৰ জন্ম হোৱাৰ আশা কৰি একেলগে বিজেপিক প্ৰতিহত কৰিবলৈ থিয় হ'ব লাগিব বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে এই বৰ্ষৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ বিপৰীতে আন কোনো শক্তিশালী নেতা নাছিল ।
গুৱাহাটী,২জুন: বিগত চাৰি দশকৰ বিতৰত মোডী চৰকাৰৰ দিনতেই নিবনুৱা সমস্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ নৰেন্দ্ৰ মোডী কিমান মিথ্যাচাৰী সেয়া ৰাইজে গম পাইছে৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ৰিজিঅ'নেল ডেম'ক্ৰেটিক এলায়েঞ্চৰ সভাপতি গুণ গগৈয়ে এনেদৰে অভিযোগ কৰে ৷ সভাপতিগৰাকীয়ে অসমত বহু ৰাজনৈতিক দলৰ জন্ম হোৱাৰ আশা কৰি একেলগে বিজেপিক প্ৰতিহত কৰিবলৈ থিয় হ'ব লাগিব বুলি সংবাদমেলত উল্লেখ কৰাৰ লগতে এই বৰ্ষৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ বিপৰীতে আন কোনো শক্তিশালী নেতা নাছিল । যাৰ পৰিপ্ৰেক্ষিতত মোডীয়ে সংখ্যাগৰিষ্ঠততাৰে জয়ী হ'বলৈ সক্ষম হয় বুলি মত প্ৰকাশ কৰে ।
তেওঁলোকৰ সিদ্ধান্ত
নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি যোৱা।
ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিকৰণৰ বিৰোধিতা কৰি যোৱা।
লগতে শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত গুৰুত্ব প্ৰদান কৰা।
Body:REGIONAL Democratic ALLIANCEৰ সভাপতি গুণ গগৈ কয় যে বি জে পি চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজালেও নিবনুৱা সমস্যাৰ সমাধান বৰ্তমালৈ হোৱা নাই। এই নিৰ্বাচনটো মোদী ময় এটা নিৰ্বাচন যত উপযুক্ত প্ৰাৰ্থী বি জে পি চৰকাৰৰ পৰা জয় যুক্ত হোৱা বৰঞ্চ যি কেইজন জয়ী হৈছে সেইকেজনে ভাল কাম কৰিব পাৰিব বুলি মানি লব নোৱাৰে সভাপতি গৰাকীয়ে। অসমত আৰু ৰাজনৈতিক দলৰ জন্ম হোৱাৰ আশা কৰি একেলগে বি জে পিক প্ৰতিহত কৰিবলৈ থিয় হব লাগিব বুলি কলে সভাপতি গৰাকীয়ে। নৰেন্দ্ৰ মোদীৰ বিপৰীতে আন এজন শক্তিশালী নেতা ওলাই নাহিল যাৰ পৰিপ্ৰেক্ষিতত মোদীয়ে সংখ্যাগৰিষ্ঠতাৰে জয়ী হয়।
Conclusion: