ETV Bharat / briefs

কৰ'ণাত আক্ৰান্ত কাৰাগাৰৰ কয়দী

author img

By

Published : Jun 24, 2020, 8:03 PM IST

বুধবাৰে ধুবুৰী জিলা কাৰাগাৰত এজন কয়দীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৰপেটা মেডিকেল কলেজত শ্বাৱ পৰীক্ষা কৰাৰ পিছতেই কয়দীজনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ ।

ধুবুৰী জিলা কাৰাগাৰত কয়দীৰ দেহত কৰ'ণা পজিটিভ

ধুবুৰী, ২৪ জুন : সমগ্ৰ বিশ্বৰ লগতে অসমতো মহামাৰী কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে বুধবাৰে ধুবুৰী জিলা কাৰাগাৰত এজন কয়দীৰ দেহত ধৰা পৰিছে কৰণা ভাইৰাছৰ উপস্থিতি ।

উল্লেখ্য যে, বৰপেটা মেডিকেল কলেজত শ্বাৱ পৰীক্ষা কৰাৰ পিছতেই কয়দীজনৰ দেহত ধৰা পৰে কোভিড-১৯ পজিটিভ । ইয়াকে লৈ ধুবুৰী কাৰাগাৰৰ লগতে সমগ্ৰ জিলাখনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.