ETV Bharat / briefs

লখিমপুৰ জিলা পুথিভঁৰালত প্ৰদান বৰুৱাক সম্বৰ্ধনা

লখিমপুৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত জিলা বিজেপিয়ে সাম্বৰ্ধনা জনালে সাংসদ প্ৰদান বৰুৱাক

author img

By

Published : Jun 6, 2019, 8:06 PM IST

প্ৰদান বৰুৱাক সম্বৰ্ধনা লখিমপুৰ জিলা বিজেপিৰ

লখিমপুৰ,৬জুন: বৃহস্পতিবাৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক সম্বৰ্ধনা জনায় লখিমপুৰ জিলা বিজেপিয়ে । লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা বিজেপিয়ে আয়োজন কৰে এখন সম্বৰ্ধনা অনুস্থান আৰু এই সম্বৰ্ধনা অনুস্থানতে সাংসদগৰাকীক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সকলো কৰ্মকৰ্তাৰ লগতে লখিমপুৰৰ স্থানীয় ৰাইজ । ৰাইজৰ বিপুল ভোটত জয়লাভ কৰা প্ৰদান বৰুৱাই ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সম্বৰ্ধনা অনুস্থানত ।

লখিমপুৰ ৰ সাংসদ প্ৰদান বৰুৱাক বৃহস্পতি বাৰে সম্বৰ্ধনা জনোৱা হয় লখিমপুৰ জিলাৰ বি জে পিৰ ফালৰ পৰা। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা বিজেপিয়ে আয়োজন কৰা অনুস্থানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সকলো কৰ্মকৰ্তাৰ লগতে। সকলো পঞ্চায়ত প্ৰতিনিধি।
ৰাইজৰ বিপুল ভোটত জয়লাভ কৰা প্ৰদান বৰুৱা ই ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সম্বৰ্ধনা অনুস্থান ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.