ETV Bharat / briefs

মৰিগাঁৱত সন্ধানহীন কিশোৰ

মৰিগাঁৱত ১০মে'ৰ পৰা সন্ধানহীন হয় উৎপল পাতৰ নামৰ মুকবধিৰ এটি ১২ বছৰীয়া কিশোৰ, কোনো ব্যক্তিয়ে যদি উৎপলক প্ৰত্যক্ষ কৰে তেন্তে 7002960224 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাই পৰিয়ালৰ লোকে ৷

author img

By

Published : May 18, 2019, 9:03 PM IST

মৰিগাঁৱত সন্ধানহীন কিশোৰ

মৰিগাঁও,১৮মে': মৰিগাঁৱত সন্ধানহীন মুকবধিৰ এটি ১২ বছৰীয়া কিশোৰ। ১০মে'ৰ দিনা উৎপল পাতৰ নামৰ কিশোৰটিয়ে ঘৰৰ পৰা মৰিগাঁৱলৈ বুলি ওলাই যোৱাৰ পিচত বৰ্তমানেও ঘৰলৈ উভতি অহা নাই উৎপল। আনহাতে নিৰুদ্দেশ হোৱা উৎপল মুকবধিৰ। যাৰ বাবে চিন্তিত হৈ পৰিছে উৎপলৰ পিতৃ-মাতৃ। ইতিমধ্যেই আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে উৎপলৰ পৰিয়ালে।

মৰিগাঁৱত সন্ধানহীন কিশোৰ

উল্লেখ্য যে,উৎপলৰ দৰে তেওঁৰ পিতৃও বিশেষভাৱে সক্ষম। যাৰ বাবে পিতৃয়েও সন্ধান উলিয়াব পৰা নাই পুত্ৰৰ । কোনো ব্যক্তিয়ে যদি উৎপলক দেখা পায় তেনেহ'লে 7002960224 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে ৷

slug-as-mrg-18thmay-Missing-804-vis-byte-as10005

Anchor:পুনৰ মৰিগাঁৱত মুকবধিৰ  কিশোৰ সন্ধানহীন। এটাৰ পিছত এটাকৈ নিৰুদ্দেশৰ ঘটনাই কপাইছে  মৰিগাঁও ।

VO: এইবাৰ এটি বাৰ বছৰীয়া কিশোৰ ঘৰৰ পৰা মৰিগাঁওলৈ অহাৰ পথত নিৰুদ্দেশ। যোৱা  10 মেৰ  পৰা সন্ধানহীন হৈ আছে কিশোৰ জন। । মাক দেউতাকে ইতিমধ্যেই আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছে যদিও এতিয়া লৈ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে সন্ধানহীন কিশোৰ জনৰ লগতে দেউতাক জনো বিশেষভাৱে সক্ষম । যাৰ বাবে  দেউতাকে ভাল দৰে বিচাৰ সোচাৰ কৰিব পৰা নাই কিশোৰ জনক । নিৰুদ্দেশ হোৱা কিশোৰ জন মুকবধিৰ। সেয়েহে  কোনো সদাশয় লোকে যি এই কিশোৰ জনক প্ৰত্যক্ষ কৰে তেন্তে 7002960224 নাম্বাৰত যোগাযোগ  নতুবা ওচৰৰ আৰক্ষীক খবৰ দিবলৈ আহবান  দিব্যাংগ পৰিয়ালটোৰ ।

Byte :family 

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.