মৰিগাঁও,১৯মে' : দেওবাৰে মঙলদৈৰ নোৱা নৈত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ । যুৱকজন টংলাৰ হেমন্ত মহন্ত বুলি চিনাক্ত কৰা হৈছে । যুৱকজন 16মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল । যুৱকজন নিৰুদ্দেশ হোৱাৰ এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে নোৱা নৈত উদ্ধাৰ হয় হেমন্তৰ মৃতদেহ । ইফালে, হেমন্তৰ চাইকেল আৰু চেণ্ডেল উদ্ধাৰ হয় মঙলদৈৰ আউলাচৌকাত । অৱশ্যে এইয়া হত্যা নে আত্মহত্যা বৰ্তমানেও জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
মঙলদৈত উদ্ধাৰ যুৱকৰ মৃতদেহ
মঙলদৈৰ নোৱা নৈত উদ্ধাৰ হয় টংলাৰ হেমন্ত মহন্ত নামৰ এজন যুৱক, যুৱকজন ১৬মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল
মৰিগাঁও,১৯মে' : দেওবাৰে মঙলদৈৰ নোৱা নৈত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ । যুৱকজন টংলাৰ হেমন্ত মহন্ত বুলি চিনাক্ত কৰা হৈছে । যুৱকজন 16মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল । যুৱকজন নিৰুদ্দেশ হোৱাৰ এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে নোৱা নৈত উদ্ধাৰ হয় হেমন্তৰ মৃতদেহ । ইফালে, হেমন্তৰ চাইকেল আৰু চেণ্ডেল উদ্ধাৰ হয় মঙলদৈৰ আউলাচৌকাত । অৱশ্যে এইয়া হত্যা নে আত্মহত্যা বৰ্তমানেও জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
# যুৱক জন টংলাৰ হেমন্ত মহন্ত বুলি চিনাক্ত কৰা হৈছে ।
# যোৱা 16 মে' বৃহস্পতি বাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱক জন ।
# তেওঁৰ মটৰ চাইকেল আৰু চেন্ডেল জোৰ মঙলদৈৰ আউলাচৌকাত পূৰ্বেই উদ্ধাৰ হৈছিল ।
# মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছিল ।
# অৱশ্যে এইয়া হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই ।Body:# মঙলদৈ নোৱা নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ ।
# যুৱক জন টংলাৰ হেমন্ত মহন্ত বুলি চিনাক্ত কৰা হৈছে ।
# যোৱা 16 মে' বৃহস্পতি বাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱক জন ।
# তেওঁৰ মটৰ চাইকেল আৰু চেন্ডেল জোৰ মঙলদৈৰ আউলাচৌকাত পূৰ্বেই উদ্ধাৰ হৈছিল ।
# মঙলদৈ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছিল ।
# অৱশ্যে এইয়া হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই ।Conclusion: