ETV Bharat / briefs

সোমবাৰে কোকৰাঝাৰত পুনৰ ভোটগ্ৰহণ - ই ভি এম

২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কোকৰাঝাৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । কিন্তু কোকৰাঝাৰৰ ৩৩ নং বৰপথাৰ প্ৰাথমিক বিদ্যালয় আৰু ৩৪ নং বৰপথাৰ মজলীয়া বিদ্যালয়ৰ ভোট কেন্দ্ৰত ইভিএমৰ বিজুতি ঘটাৰ বাবে আধাতে বন্ধ হৈ পৰিছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

কোকৰাঝাৰত ৬মে'ত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়া
author img

By

Published : May 4, 2019, 7:33 PM IST

কোকৰাঝাৰ,৪মে' : 6 মে'ত কোকৰাঝাৰৰ দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ শনিবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰে এই কথা জানিবলৈ দিয়ে ৷

কোকৰাঝাৰত ৬মে'ত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়া

উল্লেখ্য যে, ২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কোকৰাঝাৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । কিন্তু কোকৰাঝাৰৰ ৩৩ নং বৰপথাৰ প্ৰাথমিক বিদ্যালয় আৰু ৩৪ নং বৰপথাৰ মজলীয়া বিদ্যালয়ৰ ভোট কেন্দ্ৰত ইভিএমৰ বিজুতি ঘটাৰ বাবে আধাতে বন্ধ হৈ পৰিছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া । যাৰ বাবে ৬মে'ত পুৱা ৭বজাৰ পৰা ৫বজালৈ পুনৰ কেন্দ্ৰ দুটাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

৷কোকৰাঝাৰ লোকসভাৰ দুটা কেন্দ্ৰত অহা ৬ মে’ত পুণৰ ভোটগ্ৰহণৰ নিৰ্দ্দেষ ৷৷
=================================

Slug_a_koj_4may_re poll_ byte1_7204384

কোকৰাঝাৰ : ৰাজ্যৰ তৃত্বীয় পয্যায়ত অনুষ্ঠিত হৈ যোবা পাচঁ নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত যোৱা ২৩ এপ্ৰিলৰ ভোটগ্ৰহণৰ দিনা সংশ্লিষ্ট বিষয়াৰ ভুলবশতঃ ই ভি এম মেছিনত অঘটন ঘটাই ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ কৰাত পুনৰ উক্ত দুয়োটা কেন্দ্ৰতে নতুনকৈ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ নিৰ্দ্দেষ দিছে দেশৰ নিৰ্বাচনী আয়োগে ৷ আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰে সংবাদমহলত এই কথা সদৰী কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ নং বৰপথাৰ প্ৰাথমিক বিদ্যালয়(১) আৰু ৩৪ নং বৰপথাৰ মজলীয়া বিদ্যালয়(২) ভোট কেন্দ্ৰ দুটাত পুনৰ নতুনকৈ অহা ৬ মে’ত পুৱা ৭ বজাৰ পৰা বিয়লী ৫ বজালৈ নতুনকৈ ভোটগ্ৰহণ অনুষ্ঠিত হৱ ৷ অৱশ্যে উক্ত দুয়োটা কেন্দ্ৰৰ ভোটগ্ৰহণৰ পুনৰ অনুষ্ঠিত কৰা দিশটো সংশ্লিষ্ট বিষয়াৰ গাফিলতিক ডাঙৰ কথা নহয় বুলি ভুলবশতঃ নতুবা নাজানিহে ই ভি এম মেছিনত ভোট সমুহ আতঁৰাই দিয়া হৈছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায় খোদঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ দায়িত্বশীল ৰিটানিং বিষয়া গৰাকীয়ে ৷ বিষয়াজনৰ এনে কথাই নিৰ্বাচনৰ পূৰ্বে পলিং আৰু প্ৰিজাইডিং বিষয়া সকলক কৌটি কৌটি টকা ব্যয়ৰে দিয়া নিৰ্বাচনী প্ৰশিক্ষণৰ আখোঁৰা কাৰ্যত অসাৰহে প্ৰতিপন্ন কৰি তুলিছে বুলি বিভিন্ন মহলত চৰ্চিত কৰিছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.