ETV Bharat / briefs

পবিতৰাত জীপ আৰু হাতী চাফাৰী মুকলি জয়ন্ত মল্ল বৰুৱাৰ - Jayanta Malla baruah

মঙলবাৰে পবিতৰাত উপস্থিত হৈ জীপ আৰু হাতী চাফাৰীৰ শুভ উদ্বোধন কৰে অসম পৰ্যটনৰ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

Jayanta Malla baruah inaugurates Jeep and elephant safari at Pobitora
পবিতৰাত জীপ আৰু হাতী চাফাৰী মুকলি জয়ন্ত মল্ল বৰুৱাৰ
author img

By

Published : Nov 10, 2020, 10:45 PM IST

মৰিগাঁও, ১০ নৱেম্বৰ: মঙলবাৰে পবিতৰাত উপস্থিত হৈ অসম পৰ্যটনৰ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। অভয়াৰণ্যখনত হাতী আৰু জীপ চাফাৰীৰ শুভ উদ্বোধন কৰি তেখেতে কয় যে, ৰাজ্যৰ পৰ্যটন কেন্দ্ৰসমূহলৈ পৰ্যটকক আৰ্কষিত কৰিবলৈ বন বিভাগে কিছু এৰা-ধৰা নীতিৰে কাম কৰিব লাগিব । তেতিয়াহে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আহিব। ইয়াৰ বাবে পৰ্যটন বিভাগৰ আৰু বন বিভাগৰ সমন্বয়ৰ অতিকৈ প্ৰয়ো জন।

দুয়োটা বিভাগে সহযোগিতাৰে আগবাঢ়ি গ'লে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন আশা কৰিব পাৰি বুলিও মন্তব্য কৰে অসম পৰ্যটনৰ নিগমৰ অধ্যক্ষ গৰাকীয়ে। সেয়েহে অনাগত দিনত তেখেতে দুয়োটা বিভাগৰ মাজত সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : প্ৰতিবছৰে বিধ্বংসী বানৰ কবলত পৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.