ETV Bharat / briefs

নেপালৰ লগত আলোচনাৰ মাধ্যমেৰে ভুল বুজাবুজিৰ অৱসান ঘটোৱাত বিশ্বাসী চৰকাৰ- ৰাজনাথ সিং

author img

By

Published : Jun 16, 2020, 1:00 AM IST

নেপালৰ সংসদত শনিবাৰে সীমান্তৰ তিনিটা ৰণনৈতিক অঞ্চলক দাবী কৰি সৰ্বসম্মতভাবে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে সংবিধান সংশোধনৰ কাৰণে ভোটদান হৈছিল ।

India will sort out 'misunderstanding' with Nepal, says Rajnath

নিউজ ডেস্ক, ১৫ জুন : কেন্দ্ৰীয় চৰকাৰে নেপালৰ লগত আলোচনাৰ মাধ্যমেৰে ভুল বুজাবুজিৰ অৱসান ঘটাই সম্পৰ্ক উন্নীতকৰণ কৰি সমস্যা সমাধান বিশ্বাসী । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে প্ৰকাশ কৰে এই কথা ।

উত্তৰাখণ্ডৰ এক জনসমাবেশত অংশলৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দেশ দুখনৰ মাজত থকা গভীৰ সম্পৰ্কৰ কথা উল্লেখ কৰি বিশ্বৰ কোনো শক্তিয়ে এই সম্পৰ্ক চিঙিব নোৱাৰে বুলি মন্তব্য কৰে । আমাৰ সম্পৰ্ক কেৱল ঐতিহাসিক আৰু সাংস্কৃতিক নহয়, আধ্যাত্মিকো হয় । ভাৰতে এই কথা কেতিয়াও পাহৰিব নোৱাৰে । এনে পৰিস্থিতিত ভাৰত আৰু নেপালৰ সম্পৰ্ক কেনেদৰে ভাঙিব পাৰে । নেপালৰ সংসদত শনিবাৰে সীমান্তৰ তিনিটা ৰণনৈতিক অঞ্চলক দাবী কৰি সৰ্বসম্মতভাবে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে সংবিধান সংশোধনৰ কাৰণে ভোটদান হৈছিল । ভাৰতত নিৰ্মিত পথে নেপালবাসীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিলে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰা হ'ব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.