ETV Bharat / briefs

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা আদৰ্শ কৃষক দীপক ৰায়ৰ মৃত্যু - নিৱনুৱা যুৱক-যুৱতী

উচ্চ ৰক্তচাপত হঠাৎ মৃত্যু মুখত পৰে আদৰ্শ কৃষক দীপক ৰায় ৷ তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ ৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা আদৰ্শ কৃষক দীপক ৰায়ৰ মৃত্যু
author img

By

Published : May 26, 2019, 5:03 AM IST

বিহালী, 26 মে': যি সময়ত অধিকাংশ শিক্ষিত যুৱক যুৱতী চাকৰিমুখী হৈছে, চাকৰিৰ জড়িয়তে জীৱন গঢ়াৰ সপোন ৰচিছে ঠিক তেনে সময়তেই বিহালীৰ আদৰ্শ কৃষক দীপক ৰায়ে কৃষি কৰ্মৰ জৰিয়তে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো স্বাৱলম্বী পথ দেখুৱাই আহিছিল ৷ কিন্তু শনিবাৰে উচ্চ ৰক্তচাপত হঠাৎ মৃত্যু মুখত পৰে ১২ টা মাহত ১৩ টা খেতি কৰি অঞ্চলটোৰ নিৱনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বীতাৰ পথ দেখুওৱা এই আদৰ্ষ কৃষকজন৷ কৃষকজনৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত৷ তেওঁ মৃত্যুৰ সময়ত পত্নীসহ এহাল লৰা-ছোৱালী এই সংসাৰত এৰি থৈ যায়৷ মাত্ৰ 36 বছৰ বয়সত মৃত্যু মুখত পৰে এইগৰাকী আদৰ্শ কৃষক দীপক ৰায়৷

কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱা আদৰ্শ কৃষক দীপক ৰায়ৰ মৃত্যু

কৃষকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগনন লোকে ভৰি পৰে ৰাইৰ বাসগৃহত৷ বিহালী বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ততকে ধৰি গণ শিল্পী বিনোদ খনাল, বতীয়ামাৰী বনিক সন্হা বিহালী প্ৰেছ ক্লাৱ, বিহালী চাহ খেতিয়ক সন্থা,সাংবাদিক সুৰক্ষা মঞ্চ অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিশ্বনাথ জিলা, সমাজ কৰ্মী ৰুপক শৰ্মা, সাংবাদিক দিগন্ত শইকীয়া, শ্ৰীমন্ত দাস, ভুৱন লুইটেল, খগেন মটক বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক, অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কৃষক গৰাকী এনে মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

Intro:A_behali_25m_ expire_photo_vsl_scrpt_tridipBody:A_behali_25m_ expire_photo_vsl_scrpt_tridipConclusion:ব্ৰহ্মপুত্ৰৰ পাৰত সেউজ বিপ্লৱ
তৰমুজৰ খেতিৰে আৰ্থিকভাৱে স্বাৱলম্বী আদৰ্শ কৃষক দিপক ৰাই আৰু নাই ।

 যি সময়ত অধিকাংশ শিক্ষিত যুৱক যুৱতী চাকৰিমুখী হৈছে, চাকৰিৰ
জড়িয়তে জীৱনৰ সপোন ৰচিচে
ঠিক তেনে  সময়তেই এচাম শিক্ষিত নিবনুৱা যুৱকে  কৃষি কৰ্মৰ জড়িয়তে নিজে স্বাৱলম্বী হোৱা লগতে আন দহ জনকো স্বাৱলম্বী পথ দেখুৱাই আহিছিল বিহালী ৰৌমাৰী দিপক ৰয় । এক মাত্ৰ নিজেকে সংস্থাপন  গঢ়ি তুলা লগতে বহু নিবনুৱা যুৱক 
চাকৰিমুখী নোহোৱা পৰামৰ্শ দি  বিভিন্ন কৃষিৰ জড়িয়তে নিজৰ পৰিয়াল পোহপাল দিয়া লগতে আন দহ জনকো  সংস্থাপন দি অহা লগতে খেতি জৰিয়তে যে নিজকে স্বাৱলম্বী
হ'ব পাৰি তাৰ উদাহৰণ দি আহিছিল ১২ টা মাহত ১৩ টা খেতি কৰি এক অঞ্চল লৈ এক পোহৰ পথ মেলি আনিছিল যদিও আজি হঠাৎ অধিক ৰক্ত চাপচ হঠাৎ আদৰ্শ খেতিক জন মৃত্যু হোৱা ঘটনাই অঞ্চল টো এক শোকৰ চাহ পেলাইছে তেও এগৰাকী চাহ খেতিয়কৰ লগতে সফল চাহ কেৰিয়াৰ আছিল অঞ্চলজুৰী অতি নম্র আৰু অমায়িক যুৱক আছিল দীপক ৰাই !মৃত্যুৰ সময়ত পত্নী এগৰাকী পুত্রআৰু এগৰাকী ছোবালী সহ বহু আত্মীয়ক এই সংসাৰত এৰিথৈ যায় !মাত্র 36 বছৰ বয়সত মৃত্যু ৰাইৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগনন লোকে ভৰি পৰে ৰাইৰ বাসগৃহত !
ইফালে আদৰ্শৰ কৃষক গৰাকী এনে হঠাৎ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে বিহালী বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত ই ।
শোক প্ৰকাশ কৰিছে গণ শিল্পী বিনোদ খনাল, বতীয়ামাৰী বনিক সন্হা বিহালী প্ৰেছ ক্লাৱ, বিহালী চাহ খেতিয়ক   সন্হা,সাংবাদি দিক সুৰক্ষা মঞ্চ অসম, কৃষ মুক্তি সংগ্ৰাম সমিতি , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিশ্বনাথ জিলা, সমাজ কৰ্মী ৰুপক শৰ্মা, সাংবাদিক দিগন্ত শইকীয়া, শ্ৰীমন্ত দাস, ভুৱন লুইটেল, খগেন মটক বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক, অসম জাতীয়তাবাদী যুৱ পৰিষদ, কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা নে কৃষক গৰাকী এনে মৃত্যু গভীৰ শোক প্ৰকাশ কৰা লগতে পৰিয়াল
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.