ETV Bharat / briefs

দিশাক জন্মদিনৰ শুভেচ্ছা টাইগাৰ শ্ৰফৰ

টাইগাৰ শ্ৰফে শনিবাৰে ২৮ বছৰীয়া দিশাৰ জন্মদিনৰ উপলক্ষে টুইটাৰত শ্বেয়াৰ কৰে এটা ভিডিঅ' ।

author img

By

Published : Jun 14, 2020, 12:06 AM IST

Here's how Tiger Shroff wished rumoured GF Disha Patani on birthday

চিটাৰা ডেস্ক,13 জুন : একছন হিৰ টাইগাৰ শ্ৰফে বান্ধৱী অভিনেত্ৰী দিশা পাটানিক টুইটাৰত জন্মদিনৰ শুভেচ্ছা জনায় । টাইগাৰ শ্ৰফে শনিবাৰে ২৮ বছৰীয়া দিশাৰ জন্মদিনৰ উপলক্ষে টুইটাৰত শ্বেয়াৰ কৰে এটা ভিডিঅ' । বৰ্তমান প্রায় ১.৪ মিলিয়ন লোকে প্ৰত্যক্ষ কৰিছে ভিডিঅ'টো ।

টাইগাৰ শ্ৰফৰ ভগ্নী তথা দিশাৰ ঘনিষ্ঠ বান্ধৱী কৃষ্ণা শ্রফে ভিডিঅ'টো সকলো সময়তে সকলোতকৈ মৰমৰ বুলি মন্তব্য কৰি । কৃষ্ণাৰ বন্ধু এবান হেমছেও টুইটাৰত দিশা পাটানিক জন্মদিনৰ শুভেচ্ছা জনায় । দিশাই শেহতীয়াকৈ মালাঙ ছবিত দেখা গৈছিল । দিশাৰ মুক্তিৰ অপেক্ষাত থকা ছবি ৰাধেত চুপাৰষ্টাৰ ছলমান খানৰ বিপৰীতে অভিনয় কৰিছে । COVID-19 মহামাৰীৰ বাবে বিলম্ব হৈছে ছবিখন মুক্তি পোৱাত ।

দিশাই বাগী ২ আৰু বাগী ৩ ত টাইগাৰ শ্ৰফৰ বিপৰীতে অভিনয় কৰিছিল । টাইগাৰে বান্ধৱী দিশাক "ৰকষ্টাৰ" বুলি সম্বোধন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.