ETV Bharat / briefs

ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত

তেজপুৰত ধুমুহাত বিস্তৰ ক্ষতি সাধন, সমগ্ৰ তেজপুৰত ব্যাহত হৈ পৰে যাতায়ত আৰু বিদ্যুৎ সংযোগ, বহু ঠাইত ভাঙি পৰে মন্দিৰ

ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত
author img

By

Published : May 30, 2019, 5:07 PM IST

Updated : May 30, 2019, 6:12 PM IST

তেজপুৰ,৩০মে': তেজপুৰত ধুমুহাৰ তাণ্ডৱ। বুধবাৰে নিশা অহা বিধ্বংসী ধুমুহাই তেজপুৰৰ কলিবাৰী,পৰোৱা,মহাভৈৰৱ,মাজগাঁও,বেচেৰীয়া আদি ঠাইত বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাত অঞ্চলকেইটাৰ বিদ্যুৎ সংযোগী বহু খুটাৰ লগতে বহু পৰিয়ালৰ গৃহ আৰু মন্দিৰ ভাঙি পৰে। যাৰ ফলত অঞ্চলকেইটাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ইফালে,শুকুৰবাৰলৈ অঞ্চলকেইটাত বিদ্যুৎ সংযোগ স্থাপন কৰিব পৰা নাযাব বুলিও বিদ্যুৎ বিভাগে জানিবলৈ দিয়ে।

ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত

আনহাতে,তেজপুৰ মিচন চাৰিআলিৰ পৰা 15নং ৰাষ্টীয় ঘাইপথৰ ছাগলী আঁহতৰ পথতো প্ৰকাণ্ড গছ বাগৰি পৰে। গছ বাগৰি পৰাৰ ফলত ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। ডিপোটা দলঙতো ধুমুহাৰ ফলত গছ বাগৰি পৰে আৰু দলঙৰ এটা মুৰ ভাঙি পৰে। সমগ্ৰ তেজপুৰ চহৰত বৰ্তমানলৈ অচল হৈ আছে মোবাইল সেৱা।

Intro:তেজপুৰত অবৰ্ননীয় পৰিস্থ্তি , ধুমুহাত তচ্ নচ্

তেজপুৰ,৩০ মে': তেজপুৰত ধুমুহাৰ তাণ্ডৱ বিদ্ধস্ত জন জীৱন ৷ যোৱা নিশা তেজপুৰত প্ৰচণ্ড ধুমুহা বৰষুনৰ ফলত সমগ্ৰ তেজপুৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলত বিস্তৰ ক্ষতি সাধন হয় ৷ তেজপুৰ কলিবাৰী, পৰোৱা, মহাভৈৰৱ, মাজগাওঁ ,বেচেৰীয়া আৰু অধিক ঠাইত গছ পৰি বিদ্যুৎৰ সংযোগী সকলো পষ্ট চিন্ন বিচিন্ন হয় ৷
ঠায়ে ঠায়ে কৃতিম বান পাণীৰ সৃষ্টিৰ ফলত জন জীৱন স্থবিৰ হৈ পৰে ৷ আনহাতে সমগ্ৰ চহৰ খনতে বিদ্যুৎ সংযোগ বিচিন্ন হৈ আছে যোৱা নিশাৰে পৰা ৷
বিদ্যুৎ বিভাগে জানিবলৈ দিয়া মতে অহা কালি অৰ্থাৎ শুক্ৰবাৰ পৰ্যন্ত বিদ্যুৎ সংযোগ স্থাপন কৰিব পৰা নাযাব ৷Body:আনহাতে তেজপুৰ মিচন চাৰিয়ালিৰ পৰা 15 নং ৰাষ্টীয় ঘাইপথৰ ওপৰত ছাগলী আহটৰ তললৈকে প্ৰকাণ্ড গছ বাগৰি অভাবনীয় যান যটৰ সৃস্টি হোৱাত যাতায়াত ব্যাঘাট জন্মিছে ৷ সেই একে ঘাই পথৰ খনামুখৰ পৰা মানশিৰিলৈকে পথৰ ওপৰত গছ বাগৰি পৰাত (তেজপুৰ বিশ্বনাথ সংযোগি পথত) যানবাহন স্থবিৰ হৈছিল যদিও বৰ্তমান পথটো মুকলি হৈছে ৷ডিপোটা দলংত গছ বাগৰি দলংখনৰ এটা মুৰত ভাঙি পৰে ৷
আনহাতে বিদ্যুৎ বিভাগৰ খুটাসমূহ সমগ্ৰ অঞ্চলতে চিঙি তচ্ নচ্ হোৱাত ব্যাঘাটৰ সৃষ্টি হৈছে ৷ মোবাইল সেৱা বিশেষকৈ ভডা ফোন ,জিঅ, ইন্টাৰনেট সেৱা প্ৰায় অচল অৱস্থা ৷Conclusion:Pranab kumar Das, Tezpur
Last Updated : May 30, 2019, 6:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.