ETV Bharat / briefs

নগাঁৱত আৰক্ষীৰ জালত কেঁকো সাপসহ পাঁচ সৰবৰাহকাৰী

author img

By

Published : Oct 18, 2020, 1:05 PM IST

নগাঁৱত দুডাল কৈ কেঁকো সাপসহ 5 জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আৰক্ষীৰ ।

 নগাঁৱত আৰক্ষীৰ জালত  কেঁকো সাপ সহ পাঁচ সৰবৰাহকাৰী

নগাঁও, 18অক্টোবৰ : নগাঁৱত এছ টি এফ আৰু বন বিভাগে এক যৌথ অভিযান চলাই দুডাল কেঁকো সাপসহ পাঁচজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, এক গোপন তথ্য লাভ কৰি STF আৰু বন বিভাগৰ এটা দলে এক যৌথ অভিযান চলাই । উক্ত অভিযানত কুখ্যাত কেঁকোসাপ সৰবৰাহকাৰী এটা চক্ৰ আটক কৰিবলৈ সক্ষম হয় ।

ইতিমধ্যে নগাঁৱৰ কলিয়াবৰ, উলুৱনি, নলতলি, বামুনী আদি স্থানৰ পৰা কৰায়ত্ব কৰে পাচ জনকৈ কেঁকোসাপ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰী কেইটা আচৰ আলী, বিল্লাল উদ্দিন, আইনুল উদ্দিন, মকছিদুল হ'ক আৰু আইনুল উদ্দিন বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে বন বিভাগৰ জেৰাত কেঁকোসাপ সৰবৰাহৰ লগত জড়িত থকা স্বীকাৰ কৰে ধৃত পাঁচ সৰবৰাহকাৰীয়ে। ধৃত সৰবৰাহকাৰী কেইটাক শনিবাৰে আদালতত হাজিৰ কৰা হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃঅসম ৰাইফলছ আৰু NSCN-K ৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.