ETV Bharat / briefs

গুৱাহাটী ৰেল ষ্টেচনত আটক ৫ গৰাকী ৰোহিঙীয়া মুছলমান - ৰেল সুৰক্ষা আৰক্ষী

ৰেল সুৰক্ষা আৰক্ষীয়ে অভিযান চলায় গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আটক কৰে পাঁচজনকৈ ৰোহিঙীয়া মুছলমানক,গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা সময়তে আৰক্ষীয়ে অভিযান চলায় আটক কৰে ৰোহিঙীয়া মুছলমান কেইজনক

গুৱাহাটী ৰেল ষ্টেচনত আটক ৫গৰাকী ৰোহিঙীয়া মুছলমান
author img

By

Published : May 14, 2019, 2:24 PM IST

গুৱাহাটী,১৪মে': মঙলবাৰে ৰেল সুৰক্ষা আৰক্ষীয়ে অভিযান চলায় গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আটক কৰে পাঁচজনকৈ ৰোহিঙীয়া মুছলমানক। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেল জৰিয়তে যোৱাৰ পৰিকল্পনা কৰা সময়তে এগৰাকী মহিলাসহ পাঁচজনকৈ যুৱকক ৰেল সুৰক্ষা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। মাকাকম্যায়ুম শ্বেহনাজ, এম.ডি জুৱেৰ, এম.ডি কালাম হুছেইন,আনটিল হাকিম আৰু এম.ডি.কালিমুলা নামৰ ৰোহিংগীয়া লোক কেইজনৰ পৰা ৰেল সুৰক্ষা আৰক্ষীয়ে বাৰ্মাত নিৰ্মিত বহু সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীৰ ভাষ্য অনুসৰি ইতিমধ্যেই ৰোহিঙীয়া মুছলমানকেইজনক গুৱাহাটী ৰেল আৰক্ষীক গতাই দিয়া হয়।

Intro:গুৱাহাটী ৰেল ষ্টেচনত RPF য়ে অভিযান চলাই আটক কৰিলে পাঁচজনকৈ ৰোহিঙীয়া মুছলমানক।

Body:মঙ্গলবাৰে পুৱা RPF এ গুৱাহাটী ৰেল ষ্টেচনৰ পাঁচ জন ৰোহিঙীয়া মুছলমানক আটক কৰে । গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেল জৰিয়তে যোৱাৰ পৰিকল্পনা কৰা সময়ত RFP এ এগৰাকী মহিলা সহ পাঁচ ৰোহিঙীয়া মুছলমানক আটক কৰে। পাঁচ ৰোহিঙীয়া মুছলমান Makakmyayum Sahenas, Md. Zuber, Md. kalam Hussain, Until Hakim আৰু Md. Kalimula আটক কৰি RPF এ গুৱাহাটী ৰেল আৰক্ষীক গতাই দিয়ে। বহু বিস্ফোৰক মন্ত্যব কৰে আটকধীন ৰোহিঙীয়াকেইজনে। লগতে আৰক্ষীয়ে বৰ্মাত নিৰ্মিত বহু সামগ্ৰী উদ্ধাৰ কৰে।

Byte

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.