ETV Bharat / briefs

ধেমাজিত অভিযন্তাৰ দলে পৰিদৰ্শন কৰিলে মথাউৰি - গুৱাহাটী

শনিবাৰে ধেমাজিৰ জীয়াধল নৈৰ কুমটীয়াৰ সোঁপাৰত নিৰ্মাণ হৈ থকা মথাউৰিটো পৰিদৰ্শন কৰে গুৱাহাটীৰ জ্যেষ্ঠ অভিযন্তাৰ এটা বিশেষ দলে । দলটোৱে বাৰিষাৰ পূৰ্বে মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততে গৰাখহনীয়া ৰোধৰ বাবে মথাউৰি পৰিদৰ্শন কৰা হ'ব বুলি মন্তব্য কৰে ।

ধেমাজিত মথাউৰি পৰিদৰ্শন অভিযন্তাৰ দলৰ
author img

By

Published : May 18, 2019, 10:57 PM IST

ধেমাজি,১৮মে' : বাৰিষাৰ পূৰ্বে গৰাখহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগৰ বিশেষ তৎপৰতা । ৰাজ্যত বৰ্তমানেও বহু মথাউৰি অসম্পূৰ্ণ অথবা নিৰ্মীয়মান অৱস্থাতে আছে । সেয়ে মথাউৰি নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ কাৰণ জানিবলৈ শনিবাৰে ধেমাজিৰ জীয়াধল নৈৰ কুমটীয়াৰ সোঁপাৰত নিৰ্মাণ হৈ থকা মথাউৰিটো পৰিদৰ্শন কৰে গুৱাহাটীৰ জ্যেষ্ঠ অভিযন্তাৰ এটা বিশেষ দলে । দলটোৱে বাৰিষাৰ পূৰ্বে মথাউৰিৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততে গৰাখহনীয়া ৰোধৰ বাবে মথাউৰি পৰিদৰ্শন কৰা হ'ব বুলি মন্তব্য কৰে ।

Intro: ধেমাজিত মথাউৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ললে গুৱাহাটীৰ জেষ্ঠ অভিযন্তা সহ এটা বিশেষ দলে ।

Body:ধেমাজি , 18 , মে : সমাগত বাৰিষাক লৈ জল সম্পদ বিভাগৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ৰাজ্যত এতিয়াও প্ৰায় বোৰ মথাউৰি অসম্পূৰ্ণ অথবা নিৰ্মীয়মান অৱস্থাতে আছে ‌।সেয়ে মথাউৰি নিৰ্মাণৰ কাম লেহেমীয়া হোৱা আৰু সুৰক্ষা দিশটো ওচৰৰ পৰা বুজ লবৰ বাবে শনিবাৰে ধেমাজিৰ জীয়াধল নদীৰ কুমটীয়াৰ সোঁপাৰৰ নিৰ্মীয়মান হৈ থকা মথাউৰি টো পৰিদৰ্শন কৰে সংশ্লিষ্ট বিভাগটোৰ গুৱাহাটীৰ পৰা অহা জ্যোষ্ঠ অভিযন্তাৰ এটা বিশেষ দলে । byte.... Pradunya Bharali , Dhemaji , Assam, 18/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.