ঢেকীয়াজুলি,৩০ এপ্ৰিলঃ ঢেকীয়াজুলিৰ বড়ীগাঁও গটঙ্গা ৰঙালী বিহু সন্মিলনীৰ সফল সামৰণি। সোমবাৰে অনুষ্ঠিত হোৱা ৰঙালী বিহুখনীত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। য'ত সংগীত শিল্পী চুমী দেৱী,জয় প্ৰেম,জোন যোগেন হাজৰিকাই গীত পৰিৱেশন কৰে । আনহাতে, এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা সকলো লোকৰ মাজত একতা বৃদ্ধিৰ চেষ্টা কৰা হোৱাৰ লগতে অনুষ্ঠানত প্ৰতিকূল বতৰক নেওচি তিনি সহস্ৰাধিক লোকৰ সমাগম হয়।
বড়ীগাঁও গটঙ্গাত ৰঙালী বিহুৰ সফল সামৰণি - জয় প্ৰেম
ঢেকীয়াজুলিৰ বড়ীগাঁও গটঙ্গাত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনখনীৰ সফল সামৰণি হয়
ঢেকীয়াজুলি,৩০ এপ্ৰিলঃ ঢেকীয়াজুলিৰ বড়ীগাঁও গটঙ্গা ৰঙালী বিহু সন্মিলনীৰ সফল সামৰণি। সোমবাৰে অনুষ্ঠিত হোৱা ৰঙালী বিহুখনীত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হয়। য'ত সংগীত শিল্পী চুমী দেৱী,জয় প্ৰেম,জোন যোগেন হাজৰিকাই গীত পৰিৱেশন কৰে । আনহাতে, এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা সকলো লোকৰ মাজত একতা বৃদ্ধিৰ চেষ্টা কৰা হোৱাৰ লগতে অনুষ্ঠানত প্ৰতিকূল বতৰক নেওচি তিনি সহস্ৰাধিক লোকৰ সমাগম হয়।
বিগত বৰ্ষ বোৰৰ দৰে এইবেলিও বড়ীগাৱঁ বাসীয়ে ৰঙালী বিহু খন উদযাপন কৰে। বৰছলা সমষ্টিৰ বড়োসকলৰ অন্যতম অনুষ্ঠানত বহাগৰ এই বিহু খন। কিয়নো অঞ্চলটো সকলো জাতি জনগোষ্ঠীৰ লোকে একাকাৰ হৈ অনুষ্ঠিত কৰে বিহু খন। সচাঁকৈ আমি সকলোৱে অসমীয়া তাকে প্ৰতিপন্ন কৰি আহিছে বিহু খনে। কালি অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক অনুষ্ঠানটো গীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনাই অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সংগীত শিল্পী চুমি দেৱী, জয় প্ৰেম, জোন যোগেন হাজৰিকাক। অনুষ্ঠিত হৈ যোৱা সংগীতা অনুষ্ঠানটোত প্ৰতিকূল বতৰক নেওচি তিনি সহস্ৰাধিক লোকৰ সমাগম ঘটে। আনহাতে অনুষ্ঠানটোৰ যোগেদি অঞ্চলটোত সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিছে তাকে পুনৰ বা প্ৰতিপন্ন কৰিলে।
অমল, ঢেকিয়াজুলি ।Body: বড়ী গাৱঁ গটঙ্গা ৰঙালী বিহু সন্মিলনী সফল সামৰনি।
বিগত বৰ্ষ বোৰৰ দৰে এইবেলিও বড়ীগাৱঁ বাসীয়ে ৰঙালী বিহু খন উদযাপন কৰে। বৰছলা সমষ্টিৰ বড়োসকলৰ অন্যতম অনুষ্ঠানত বহাগৰ এই বিহু খন। কিয়নো অঞ্চলটো সকলো জাতি জনগোষ্ঠীৰ লোকে একাকাৰ হৈ অনুষ্ঠিত কৰে বিহু খন। সচাঁকৈ আমি সকলোৱে অসমীয়া তাকে প্ৰতিপন্ন কৰি আহিছে বিহু খনে। কালি অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক অনুষ্ঠানটো গীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনাই অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সংগীত শিল্পী চুমি দেৱী, জয় প্ৰেম, জোন যোগেন হাজৰিকাক। অনুষ্ঠিত হৈ যোৱা সংগীতা অনুষ্ঠানটোত প্ৰতিকূল বতৰক নেওচি তিনি সহস্ৰাধিক লোকৰ সমাগম ঘটে। আনহাতে অনুষ্ঠানটোৰ যোগেদি অঞ্চলটোত সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিছে তাকে পুনৰ বা প্ৰতিপন্ন কৰিলে।
অমল, ঢেকিয়াজুলি ।Conclusion: বড়ী গাৱঁ গটঙ্গা ৰঙালী বিহু সন্মিলনী সফল সামৰনি।
বিগত বৰ্ষ বোৰৰ দৰে এইবেলিও বড়ীগাৱঁ বাসীয়ে ৰঙালী বিহু খন উদযাপন কৰে। বৰছলা সমষ্টিৰ বড়োসকলৰ অন্যতম অনুষ্ঠানত বহাগৰ এই বিহু খন। কিয়নো অঞ্চলটো সকলো জাতি জনগোষ্ঠীৰ লোকে একাকাৰ হৈ অনুষ্ঠিত কৰে বিহু খন। সচাঁকৈ আমি সকলোৱে অসমীয়া তাকে প্ৰতিপন্ন কৰি আহিছে বিহু খনে। কালি অনুষ্ঠিত হৈ যোৱা সাংস্কৃতিক অনুষ্ঠানটো গীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনাই অসমৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা সংগীত শিল্পী চুমি দেৱী, জয় প্ৰেম, জোন যোগেন হাজৰিকাক। অনুষ্ঠিত হৈ যোৱা সংগীতা অনুষ্ঠানটোত প্ৰতিকূল বতৰক নেওচি তিনি সহস্ৰাধিক লোকৰ সমাগম ঘটে। আনহাতে অনুষ্ঠানটোৰ যোগেদি অঞ্চলটোত সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিছে তাকে পুনৰ বা প্ৰতিপন্ন কৰিলে।
অমল, ঢেকিয়াজুলি ।